চৰাইদেউ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সম্পূৰ্ণ কৰা হৈছে, ছে তাম দয় নহয় ছে ৰাই দয়
31 নং শাৰী:
 
==চৰাইদেউ নামৰ উৎপত্তি==
চৰাইদেউ নামৰ উৎপত্তি [[আহোম ভাষাৰভাষা|তাঈ আহোম ভাষাৰ]] শব্দ চে-ৰাই-ডয় পৰা হৈছে।‌ লিখিত আছে যে [[চুকাফা|স্বৰ্গদেউ চ্যাও-লুং-চ্যুকাফাই]] [[পাটকাই|পাটকাই পাহাৰ]] বগাই চৰাইদেউত বাহৰ পাতিছিল।‌ চৰাইদেউ সৌন্দৰ্য্যত মোহগ্ৰস্থহৈ চ্যাও-লুং-চ্যুকাফাই চে-তাম-ডয় নামকৰণ কৰি ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰৰ জিলিকা চহৰ (চে=চহৰ, ৰাই=জিলিকা, ডয়=পাহাৰ)।‌ এই চে-ৰাই-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে বিখ্যাত হৈ উঠে।‌
 
==যাতায়ত==