ভৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Classical mechanics|cTopic=মৌলিক ধাৰণাসমূহ}}
[[পদাৰ্থ বিজ্ঞান]]ত, '''ভৰ''' ([[ইংৰাজী]]: mass) ([[পৌৰাণিক গ্ৰীক|গ্ৰীক]] {{lang|grc|[[:wikt:μᾶζα|μᾶζα]]}} "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ [[ত্বৰণ|দ্ৰুতিৰ পৰিবৰ্তনৰ]] বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমানসূচক বাধা । অৰ্থাৎ কোনো এটা বস্তুৰ সমান বাধা।
আনহাতে, '''মাধ্যাকৰ্ষণিক ভৰ''' হৈছে, যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ সৈতে ক্ৰিয়া কৰে তেতিয়া
# বস্তুটোৱে প্ৰয়োগ কৰা (সক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ), নাইবা
# বস্তুটোৱে অনুভৱ কৰা (নিষ্ক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ)
[[মাধ্যাকৰ্ষণিক বলৰ]] জুখি লোৱা মান ।
"https://as.wikipedia.org/wiki/ভৰ"ৰ পৰা অনা হৈছে