আমাৰ অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
| website = http://amarasom.glpublications.in/
}}
'''আমাৰ অসম''' ({{lang-en|Amar Asom}} অথবা Aamar Asom) হৈছে এখন [[অসমীয়া ভাষা]]ৰ দৈনিক [[বাতৰি কাকত]]। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্যন লিমিটেড (''G. L. Publications Ltd.'')। ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা<ref name="assamjournal">[http://www.assamjournal.com/2011/04/amar-asom-internet-edition-online-daily.html Amar Asom Internet Edition - Online Daily Assamese Newspaper or e-Paper] at assamjournal.com</ref> এই বাতৰি কাকতখন সমসাময়িকভাৱে [[গুৱাহাটী]], [[যোৰহাট]] আৰু [[উত্তৰ লখিমপুৰ]]ৰ পৰা প্ৰকাশ পাই আহিছে। [[নতুন দিল্লী]], [[কলকাতা]], [[শ্বিলং|শ্বিলঙ]]ত ইয়াৰ শাখা কাৰ্যালয় আছে<ref name="assamjournal"/>।
 
==সমল==
"https://as.wikipedia.org/wiki/আমাৰ_অসম"ৰ পৰা অনা হৈছে