আলোক বিদ্যুৎ পৰিঘটনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[Image:আলোক-বিদ্যুৎ.jpg|thumb|right|200px|আলোক-বিদ্যুৎ পৰিঘটনা]]
 
কিছুমান [[ধাতু]], [[অধাতু]], [[তৰল পদাৰ্থ]] ইত্যাদিত পোহৰ (প্ৰধানতঃ [[দৃশ্যমান ]] আৰু [[অতিবেঙুনীয়া]]) পৰিলে এইবোৰৰ পৰা [[ইলেকট্ৰন]] নিৰ্গত হয় । ইয়াক '''আলোক-বিদ্যূৎ পৰিঘটনা''' ({{Lang-en|Photoelectric effect}}) বোলে । এনেদৰে নিৰ্গত হোৱা ইলেকট্ৰনক [[আলোক-ইলেকট্ৰন]] <ref name="serway_1">{{cite book|title = Physics for Scientists & Engineers|edition=3rd|author = Serway, Raymond A.|year = 1990|page = 1150|publisher = Saunders|isbn = 0030302587|url = http://books.google.com/?id=RUMBw3hR7aoC&q=inauthor:serway+photoelectric&dq=inauthor:serway+photoelectric}}</ref><ref name="SZY843-4">Sears, Francis W., Mark W. Zemansky and Hugh D. Young (1983), ''University Physics'', Sixth Edition, Addison-Wesley, pp. 843–4. ISBN 0-201-07195-9.</ref> বোলা হয় । পৰিঘটনাটোৰ প্ৰথম গাণিতিক ব্যাখ্যা দাঙি ধৰিছিল [[এলবাৰ্ট আইনষ্টাইন]]এ । পৰিঘটনাটো সৰ্বপ্ৰথম হেন্দ্ৰিক হাৰ্ড্‌ছে পৰ্য্যবেক্ষণ কৰিছিল দেখি কোনোৱে কোনোৱে ইয়াক হাৰ্ড্‌ছ পৰিঘটনাও বোলে ।
যেতিয়া কোনো ধাতৱ পৃষ্ঠত উপযুক্ত তৰংগদৈৰ্ঘ্যৰ পোহৰ (উদাহৰণস্বৰূপে জিংক পাটত অতিবেঙুনী পোহৰ আৰু ছডিয়াম, পটাছিয়াম, লিথিয়ামত দৃশ্যমান পোহৰ) পৰে, তেতিয়া পৃষ্ঠখনৰ পৰা ইলেকট্ৰন নিৰ্গমণ হয়। এই পৰিঘটনাটোকেই '''আলোক-বিদ্যুৎ পৰিঘটনা''' ([[ই‌ংৰাজী]]: Photoelectric effect) বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত নিৰ্গত হোৱা ইলেকট্ৰনসমূক [[আলোক-ইলেকট্ৰন]] বুলি কোৱা হয়।<ref name="quantum mechanics">{{cite book|title = Quantum Mechanics|edition=2018|author = Satya Prakash, Swati Saluja|year = |page = |publisher = knrnpublications.com|isbn = 978-81-907011-7-4|url =}}</ref> এই পৰিঘটনাটোৰ আৱিষ্কাৰক আছিল হাৰ্টজ্‌। পাছলৈ হলৱাকছ্, লিনাৰ্ড, জে. জে. থমছন, আৰ. মিলিকান আৰু আন আন বিজ্ঞানীয়ে এই পৰিঘটনাটো পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিছিল।<ref name="quantum mechanics"/>
 
==নিৰ্গমন প্ৰক্ৰিয়া==