বীজগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

50 নং শাৰী:
[[চিত্ৰ:Fano_plane.svg|thumb|The Fano [[matroid]], derived from the [[Fano plane]]. Matroids are one of many areas studied in '''algebraic combinatorics'''.]]
 
=== ইতিহাস ===
বীজগণিতৰ যি ক্ষেত্রত অনিৰ্ণিত সমীকৰণৰ অধ্যয়ন কৰা হয় সেই ক্ষেত্ৰৰ পুৰণি নাম 'কূট্টক'। হিন্দু গণিতজ্ঞ ব্রহ্মগুপ্তই ৬২৮ খ্ৰীষ্টাব্দতে এই বিজ্ঞানৰ নাম কূট্টক গণিত বুলি নামাকৰণ কৰিছিল আৰু ইয়ে বীজগণিতৰ প্রাচীনতম নাম। ৮৬০ খ্ৰীষ্টাব্দত পৃথুদক স্বামীয়ে প্ৰথম বাৰলৈ ইয়াক 'বীজগণিত' নাম দিয়ে। ইয়াত 'বীজ'ৰ অৰ্থ হৈ মানে 'তত্ব'। গতিকে বীজগণিত বুলিলে সেই বিজ্ঞানক বুজা যায় য'ত তত্বৰ দ্বাৰা গণনা কৰা হয়।
 
"https://as.wikipedia.org/wiki/বীজগণিত"ৰ পৰা অনা হৈছে