প্ৰাণীবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
প্ৰাণী বিজ্ঞানত প্ৰাণীৰ শৰীৰৰ [[গঠন]], [[ভ্ৰূণবিজ্ঞান]], বিৱৰ্তন, শ্ৰেণীবিন্যাসৰ অভ্যাস আৰু [[জীৱন্ত]] আৰু বিলুপ্ত উভয় প্ৰাণীৰ বিস্তাৰ আৰু [[প্ৰজনন]] আদি সকলো বিষয় অধ্যয়ন কৰা হয়। প্ৰাণীবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Zoology' প্ৰাচীন, [[গ্ৰীক অভিধান]]ৰ পৰা আহৰণ কৰা হৈছে ( ζῷον, zōion, অৰ্থাৎ [[প্ৰাণী]] আৰু λόγος, logos, অৰ্থাৎ "জ্ঞান অধ্যয়ন")।<ref name=OnlineEtDict/>
 
[[চিত্ৰ:Gessner Conrad 1516-1565.jpg|thumb|upright|কনৰাড জেছনাৰ (১৫১৬–১৫৬৫)। তেঁওৰ "Historiae animalium"ক আধুনিক প্ৰাণী বিদ্যাৰ আৰম্ভণি বুলি বিবেচনা কৰা হয়।]]
 
 
==প্ৰাণী বিজ্ঞানৰ বিভিন্ন শাখা==