ওডিছী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''ওডিছী''' ওডিছী এখন মহাকাব্য৷ এই গ্ৰন্থখনৰ লেখক- হোমাৰ৷ ওডিছ...
 
No edit summary
1 নং শাৰী:
'''ওডিছী'''
ওডিছী এখন মহাকাব্য৷ এই গ্ৰন্থখনৰ লেখক- [[হোমাৰ]]৷ ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য৷ প্ৰথমখনৰ নমনাম [[ইলিয়াড]]৷ অসমীয়া ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰিছে [[প্ৰদীপ শইকীয়া]]ই৷
চ্ৰ’জানযুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱত্ন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সোো নামৰ এক দোৱীৰ বন্দী হৌ থকা মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ হৈছে ওডিছী মহাকাব্য৷<ref>ওডিছী, অনুবাদক-প্ৰদীপ শইকীয়া, প্ৰকাশ, ২০১৮, চতুৰ্থ সংস্কৰণ, বনলতা, পাতনি</ref>
 
"https://as.wikipedia.org/wiki/ওডিছী"ৰ পৰা অনা হৈছে