ৰঞ্জন ৰশ্মি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
 
== আবিষ্কাৰ ==
বিজ্ঞানী ৰণ্টজেনে তড়িৎক্ষৰন নলীতনলীতc(discharge tube) 10^<sup>-3mm3</sup>mm পাৰদ চাপত বায়ুৰ মাজত তড়িৎৰক্ষনৰ পৰীক্ষা কৰিবলৈ গৈ লক্ষ্য কৰে যে, নলীৰ পৰা কিছু দূৰত অবস্থিত [[বেৰিয়াম প্লাটিনোচাইনাইড]] আবৃত পৰ্দাত প্ৰতিপ্ৰভাৰ সৃষ্টি হৈছে। পাছত তেওঁ আবিষ্কাৰ কৰে যে, তড়িৎক্ষৰন নলীৰ পৰা ক্যাথোড ৰশ্মি যেতিয়া নলীয়েদি গৈ দেৱালত পৰে তেতিয়া এই ৰশ্মিৰ উৎপত্তি হয়। তেওঁ এই ৰশ্মিৰ নাম ৰাখে এক্সৰে ৰশ্মি বা এক্সৰশ্মি।
 
== সংজ্ঞা ==