ৰঞ্জন ৰশ্মি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
[[File:X-ray_applications_as.svg.png|thumb|300px|ৰঞ্জন ৰশ্মি হৈছে বিদ্যুত চুম্বকীয় বিকিৰণৰ এটা অংশ, [[দৃশ্যমান পোহৰ]]তকৈ ৰঞ্জন ৰশ্মিৰ তৰংগদৈৰ্ঘ কম, ৰঞ্জন ৰশ্মি বিকিৰণৰ বিভিন্ন অংশ বিভিন্ন কামত ব্যৱহৃত হয়।]]
 
'''ৰঞ্জন ৰশ্মি''' ক্ষুদ্ৰ [[তৰঙ্গ]] বিশিষ্ট এক ধৰণৰ [[ত্বৰিক চৌম্বিক বিকিৰণ]]। ইয়াৰ আন এক নাম এক্স-ৰে (X-ray)। ৰঞ্জনৰশ্মিৰ [[তৰঙ্গ দৈৰ্ঘ্য]] (সাধাৰণতে ১০-০.০১ [[ন্যানোমিটাৰনেন'মিটাৰ]]) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায় । [[১৮৯৫]] চনত [[উইলিয়াম ৰন্টগেনেৰন্টজেন|উইলিয়াম ৰন্টজেনে]] এই ৰশ্মিৰ আবিস্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানেই চুটি হয় পদাৰ্থ ভেদ কৰাৰ ক্ষমতা সিমানেই বেছি হয়। চিকিৎসাক্ষেত্ৰত ৰোগনিৰ্ণয়ত যুগান্তকাৰী পৰিবৰ্তন আনিছে ৰঞ্জনৰশ্মিয়ে।ৰঞ্জন ৰশ্মিয়ে।
[[চিত্ৰ:First medical X-ray by Wilhelm Röntgen of his wife Anna Bertha Ludwig's hand - 18951222.gif|thumb|''Hand mit Ringen'': ৰণ্টজেনে তোলা প্ৰথম মানবদেহৰ এক্স-ৰে চিত্ৰ। ৰণ্টজেনে ১৮৯৫ চনৰ ২২ ডিচেম্বৰত তেখেতৰ স্ত্ৰী আনা বাৰ্থা ৰণ্টজেনৰ হাতৰ ছবি তোলে।<ref>{{cite book | last= Kevles | first=Bettyann Holtzmann | title=Naked to the Bone Medical Imaging in the Twentieth Century | publisher=Rutgers University Press | date=1996 | location=Camden, NJ | pages=19–22 | isbn=0813523583}}</ref><ref>{{cite web | last=Sample | first=Sharron | authorlink= | coauthors= | title=X-rays | work=The electromagnetic spectrum | publisher=NASA | date=[[2007-03-27]] | url=http://science.hq.nasa.gov/kids/imagers/ems/xrays.html | accessdate=2007-12-03}}</ref>]]
 
== বৈশিষ্ট্য ==