ৰঞ্জন ৰশ্মি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
7 নং শাৰী:
== বৈশিষ্ট্য ==
[[চিত্ৰ:X-ray by Wilhelm Röntgen of Albert von Kölliker's hand - 18960123-02.jpg|thumb|right|এক্স-ৰে ছবি(ৰেডিঅ’গ্ৰাফ), taken by [[উইলিয়াম ৰণ্টজেন]], of Albert von Kölliker's hand.]]
এক্সৰে আৰু সাধাৰণ পোহৰৰ মাজত প্ৰধান পাৰ্থক্য হলহ'ল ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য। সাধাৰণ পোহৰৰ তৰঙ্গ দৈৰ্ঘ্য 7x10<sup>-7</sup>m ৰ পৰা 4x10<sup>-7</sup>m পৰ্যন্ত। এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য 10<sup>-8</sup>m ৰ পৰা 10<sup>-13</sup>m পৰ্যন্ত। সাধাৰণ পোহৰ দৃশ্যমান আৰু বিভিন্ন ৰঙত বিভক্ত হয়। কিন্তু এক্সৰে দৃশ্যমান নহয়। এক্সৰে উচ্চ ভেদন ক্ষমতাসম্পন্ন। এক্সৰেই আয়ন সৃষ্টিকাৰী বিকিৰণ গেচৰগেছৰ মাজেদি সৰকি যোৱাৰ সময়ত গেচকগেছক আয়নিত কৰে, কিন্তু সাধাৰণ পোহৰে সেইটো নকৰে।
 
== প্ৰকাৰভেদ ==