ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

89 নং শাৰী:
 
=== অধিক পঢ়িবলৈ আৰু বহিৰ্সূত্ৰ ===
জীৱিত ব্যক্তিৰ জীৱনী বা তেওৰ সম্পৰ্কীয় আন যিকোনো প্ৰৱন্ধতে বহিৰ্সূত্ৰক আন সাধাৰণ প্ৰৱন্ধতকৈ বহু বেছি গুৰুত্বৰে লোৱা হয়। [[WP:সত্যাপনীয়তা#সন্দেহজনক সুত্ৰ|সন্দেহজনক]] বা [[WP:SPS|স্বপ্ৰকাশিত সূত্ৰ]] ক কেতিয়াও '''জীৱিত ব্যক্তিৰ জীৱনী'''ত ''আধিক পঢ়িবলৈ''' বা '''বহিৰ্অংসূত্ৰ''' অংশত ব্যৱহাৰ কৰিব নেলাগ; আন প্ৰৱন্ধত ব্যৱহাৰ কৰিলেও নিশ্চিত কৰিব লাগে যে সেই সূত্ৰই এই নীতি ভংগ কৰা নাই। বিষয়বস্তুৰ ব্যক্তিজনৰ স্ব-প্ৰকাশিত তথ্য '''জীৱিত ব্যক্তিৰ জীৱনী''' অতি সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। ওপৰৰ[[#স্বপ্ৰকাশিত সুত্ৰ পৰিহাৰ কৰক|চাওক]]সাধাৰণ ভাৱে কবলৈ গ'লে [Wikipedia:External linksবহিৰ্সূত্ৰ|External linksবহিৰ্সূত্ৰ]] সম্পৰ্কীয় ৱিকি নিৰ্দেশনা বিলাক উলংঘা কৰা কোনো ৱেবচাইটৰ সূত্ৰ ব্যৱহাৰ নকৰিব। যদি কেতিয়াবা উপৰোক্ত নিৰ্দেশনা বিলাক আৰু এই নীতিৰ মাজত বৈপৰীত্য থাকে, তেনে এই '''জীৱিত ব্যক্তিৰ জীৱনী''' নীতিহে প্ৰযোজ্য হব।
 
==ব্যক্তিগত গোপনীয়তাৰ পক্ষে ধাৰণা==