ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
15 নং শাৰী:
আমি প্ৰৱন্ধটো সকলো নিয়মমতে শুদ্ধৰূপত পাব লাগিব। প্ৰৱন্ধৰ গুণগত মান সম্পৰ্কে অতি সচেতন হওক। সকলো উদ্ধৃতি আৰু "বিবাদমান বা বিবাদ হোৱাৰ সম্ভাৱনা থকা" সকলো সমল কোনো প্ৰকাশিত আৰু বিশ্বাসযোগ্য তথ্যসূত্ৰৰ সৈতে [[Wikipedia:Citing sources#Inline citations|inline citation]] দ্বাৰা সংযুক্ত কৰা বাঞ্ছনীয়। জীৱিত ব্যক্তিজনৰ বিষয়ে কোনো অসমৰ্থিত বা অপৰ্যাপ্ত ভাৱে সমৰ্থিত সমল (তথ্যসূত্ৰ নোহোৱা বা তথ্যসূত্ৰৰ বিশ্বাসযোগ্যতা সন্দেহাতীত নহ'লে)- লাগিলে সি যোগাত্মক, বিয়োগাত্মক, নিৰপেক্ষ, বা বিবাদজনক- যিয়েই নহওক, সেইখিনি আলোচনালৈ অপেক্ষা নকৰি তুৰন্তে বিলোপ কৰা উচিৎ। <ref>Jimmy Wales. [http://mail.wikimedia.org/pipermail/wikien-l/2006-May/046440.html "WikiEN-l Zero information is preferred to misleading or false information"], May 16, 2006, and [http://mail.wikimedia.org/pipermail/wikien-l/2006-May/046732.html May 19, 2006]; Jimmy Wales. [http://wikimania2006.wikimedia.org/wiki/Archives/Jimbo_Keynote Keynote speech], Wikimania, August 2006.</ref> যিসকল ব্যৱহাৰকাৰীয়ে এই নীতি ক্ৰমাগতভাৱে বা গুৰুতৰৰূপে উলংঘন কৰে, তেওলোকক [[Wikipedia:অৱৰূদ্ভকৰণ নীতি|সম্পাদনাৰ পৰা অৱৰূদ্ধ]]কৰা হব পাৰে।
 
'''জীৱিত লোকৰ জীৱনী'''('''BPLsBLPs''') ৰক্ষণশীলভাৱে আৰু ব্যক্তিজনৰ ব্যক্তিগত গোপনীয়তাৰ প্ৰতি সন্মান জনাই লিখিব লাগে। ৱিকিপিডিয়া এখন বিশ্বকোষ, পৰচৰ্চাৰ থলী নহয়; ৱিকিপেডিয় কোনো মনোৰঞ্জক উদ্দীপনাৰ সৃষ্টি কৰা বা ব্যক্তিজনৰ জীৱন সম্পৰ্কে উত্তেজনামূলক দাবীবিলাক প্ৰচাৰ কৰাৰ ব্যৱস্থা নহয়, আৰু সেয়ে তেনে প্ৰৱন্ধ সম্পাদনাৰ সময়ত জীৱিত ব্যক্তিজনক বিপদত পেলাব পৰা কোনো সম্ভাৱনীয়তা সম্পৰ্কে অতি সচেতন হোৱা প্ৰয়োজন। এই নীতি সকলো '''জীৱিত লোকৰ জীৱনী''' বা প্ৰৱন্ধত উল্লেখ থকা যিকোনো জীৱিত ব্যক্তি, (তেও প্ৰৱন্ধটোৰ মূল বিষয় নহলেও), আৰু আন কোনো পৃষ্ঠাত সেইজীৱিত ব্যক্তিজনৰ বিষয়ে উল্লেখ কৰাৰ ক্ষেত্ৰত প্ৰয়োজ্য হব।<ref>[[Wikipedia:Requests for arbitration/Rachel Marsden#WP:BLP applies to all living persons mentioned in an article|Wikipedia:Requests for arbitration/Rachel Marsden]]: "WP:BLP applies to all living persons mentioned in an article"</ref> ৱিকিপিডিয়াত এনেধৰণৰ সম্পাদনাৰ [[Wikipedia:সত্যাপনীয়তা#প্ৰমাণৰ দ্বায়িত্ব|প্ৰমাণৰ দ্বায়িত্ব]] সেই প্ৰৱন্ধটো যোগ বা পুণৰোত্থাপ কৰা ব্যক্তিজনৰ ওপৰত ন্যস্ত থাকিব।
 
==লিখাৰ ধৰণ==