দূতী চান্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
52 নং শাৰী:
==কমনৱেলথ গেমচ বিতৰ্ক ==
কমনৱেলথ গেমচত অংশ গ্ৰহণৰ শেষ পৰ্যায়ত ভাৰতীয় এথলেট ফেডাৰেশ্বনে ঘোষনা কৰে যে হাইপাৰেণ্ডোজেনিজমৰ কাৰণে দূতী মহিলা এথলেট হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নোৱাৰে। কিন্তু দূতীয়ে প্ৰতাৰণা বা ডোপিং কৰিছিল এনেধৰণৰ একো কোৱা হোৱা নাছিল। ভাৰত চৰকাৰে দূতীৰ কাষত থিয় হয় আৰু কোৰ্ট অভ আৰবিট্ৰেচন ফৰ স্পোৰ্টত আপিল কৰা হয়। শেষলৈ দূতী পুণৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ পায়।
 
==আন্তৰ্জাতিক প্ৰতিযোগিতা==
[[চিত্ৰ:Viktoriya Zyabkin and Olga Safronova and Dutee Chand in July 2017 taking bronze in Odisha.jpg|thumb|right|২০১৭ চনৰ এচিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লোৱা অৱস্থাত দুতী চান্দ]]
 
== আন্তৰ্জাতিক প্রতিযোগিতা <ref name=IAAF>[https://www.iaaf.org/athletes/india/hima-das-319678 Hima Das]. IAAF. Retrieved 2018-07-13.</ref> ==
{|class="wikitable"
|-
! বছৰ !! প্ৰতিযোগীতা !! স্থান !! পদক !! বিভাগ !! সময়
|-
|২০১৩||বিশ্ব যুৱ এথলেটিকচ চেম্পিয়নশ্বিপ ||[[ইউক্ৰেইন]]|| ষষ্ঠ || ১০০ মিটাৰ || ১১.৭১ চেকেণ্ড
|-
|২০১৩||এচিয় এথলেটিকচ চেম্পিয়নশ্বিপ ||[[ভাৰত]]|| তৃতীয়|| ২০০ মিটাৰ || ২৩.৮১১ চেকেণ্ড
|-
|২০১৪||এচিয় কনিষ্ঠ এথলেটিকচ চেম্পিয়নশ্বিপ ||[[টাইৱান]]|| প্ৰথম|| ২০০ মিটাৰ || ২৩.৭৪ চেকেণ্ড
|-
|২০১৪||এচিয় কনিষ্ঠ এথলেটিকচ চেম্পিয়নশ্বিপ ||[[টাইৱান]]|| প্ৰথম|| ৪× ৪০০ মিটাৰ ৰিলে || ৩:৪০.৫৩ মিনিট
|-
|২০১৬||ৰিঅ' অলিম্পিক (হীটচ) ||[[ইণ্ডোনেচিয়া]]|| সপ্তম|| ১০০ মিটাৰ || ১১.৬৯ চেকেণ্ড
|-
|২০১৭||এচিয় এথলেটিকচ চেম্পিয়নশ্বিপ ||[[ভাৰত]]|| তৃতীয় || ১০০ মিটাৰ || ১১.৫২ চেকেণ্ড
|-
|২০১৭||এচিয় এথলেটিকচ চেম্পিয়নশ্বিপ ||[[ভাৰত]]|| তৃতীয় || ৪×১০০ মিটাৰ ৰিলে || ৪৪.৫৭ চেকেণ্ড
|-
|২০১৮||এচিয়ান গেমচ ||[[ইণ্ডোনেচিয়া]]|| দ্বিতীয়|| ১০০ মিটাৰ || ১১.৩২ চেকেণ্ড
|-
|২০১৮||এচিয়ান গেমচ ||[[ইণ্ডোনেচিয়া]]|| দ্বিতীয়|| ২০০ মিটাৰ || ২৩.২০ চেকেণ্ড
|-
|২০১৯||এচিয় এথলেটিকচ চেম্পিয়নশ্বিপ ||[[কাটাৰ]]|| তৃতীয় || ২০০ মিটাৰ || ২৩.২৪ চেকেণ্ড
|-
|২০১৯||ত্ৰিংশতিতম বিশ্ব ইউনিভাৰচিয়াড||[[ইটালী]]|| প্ৰথম || ১০০ মিটাৰ || ১১.৩২ চেকেণ্ড
|}
 
 
== তথ্য সংগ্ৰহ==
{{reflist}}