ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
ৱিকিপিডিয়া এখন ইণ্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্ৰায় ৫৮ লক্ষ্যাধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২৪ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ ৩০৪ টা ভাষাত (জুলাই, ২০১৯ৰ তথ্য অনুসৰি) ৱিকিপিডিয়া প্ৰকাশিত হৈছে। ৱিকিপিডিয়াৰ প্ৰায় প্ৰতিটো প্ৰবন্ধই একাধিক লেখকৰ "[[সহযোগিতামূলক সংকলন]]"।
 
ৱিকিপিডিয়াৰ সহ-প্ৰতিস্থাপকপ্ৰতিষ্ঠাপক জিমী ৱেলচৰ মতে ৱিকিপিডিয়া হৈছে "পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস।" ৱিকিপিডিয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞানৰ বিতৰণ।
 
== ৱিকি মানে কি? ==