ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

22 নং শাৰী:
 
== ভাৰত চৰকাৰ বা অসম চৰকাৰে এই প্ৰকল্পক মান্যতা দিছে নেকি? ==
ৱিকিপিডিয়া অব্যৱসায়ীক প্ৰতিস্থানপ্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। ফাউণ্ডেশ্যন কোনো চৰকাৰ বা চৰকাৰী পৃষ্ঠপোষকতাপ্ৰাপ্ত নহয়। ইয়াক চলাবলৈ প্ৰয়োজনীয় অৰ্থ দান-বৰঙণিৰ পৰা পোৱা যায়। অৱশ্যে ৱিকিপিডিয়াৰ উপযোগিতালৈ লক্ষ্য ৰাখি কিছুমান চৰকাৰী আৰু ৰাজহুৱাখণ্ডৰ প্ৰতিস্থানেপ্ৰতিষ্ঠানে ইয়ালৈ দান-বৰঙণি আগবঢ়াইছে।
 
== মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি? ==