ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

52 নং শাৰী:
বহুতো ভাৰতীয় বা অসমীয়া ইংৰাজী ভাষাত পাৰ্গত নহয়, কিন্তু মাতৃভাষা কম-বেছি সকলোৱেই জানে। ইংৰাজী ভাষা নজনাৰ বাবেই মানুহক জ্ঞান লভিবলৈ সুযোগ নিদিয়াটো ভুল কথা হ'ব।
 
== মই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ বিছাৰিছোঁ।বিচাৰিছোঁ। কিন্তু মই অসমীয়া টাইপ কৰিব নাজানো। কি কৰিম?==
অসমীয়া ৱিকিপিডিয়াত টাইপ কৰিবলৈ বহুতো উপায় আছে। বাহিৰা সঁজুলিৰ সহায় নোহোৱাকৈ অসমীয়া ৱিকিপিডিয়াত লিখিবৰ বাবে এটা অন্তৰ্ৱৰ্তী সঁজুলি সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান ইয়াত 'প্ৰতিৰূপন্তৰণ', 'অভ্ৰ', 'বৰ্ণনা' আৰু 'অসমীয়া ইন্‌স্ক্ৰিপ্ট' আৰু 'ৰ'দালি'ৰে টাইপিঙৰ সুবিধা আছে। তাৰ বাহিৰেও আপুনি ইণ্টাৰনেটত উপলব্ধ বাহিৰা টাইপিং সঁজুলি ব্যৱহাৰ কৰিব পাৰে। অধিক তথ্যৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ "সহায়:Assamese script display and Input help" পৃষ্ঠাখনৰ শেষ অংশ চাব পাৰে।