উৰাজাহাজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: উৰাজাহাজ (aeroplane or airplane)হ'ল আকাশীপথেৰে যাত্ৰী কঢ়িয়াই নিব প...
 
No edit summary
1 নং শাৰী:
[[চিত্ৰ:First flight2.jpg|thumb|প্ৰথম নিয়ন্ত্ৰিত উৰাজাহাজৰ উৰণ ১৯০৩, ১৭ ডিচেম্বৰ।t]]
 
উৰাজাহাজ ([[:en:airplane|aeroplane or airplane]])হ'ল আকাশীপথেৰে যাত্ৰী কঢ়িয়াই নিব পৰা বাহন। ১৯০৩ ১৯০৩চনৰ ১৭ডিচেম্বৰ দিনা অমেৰিকাৰ অবভিল আৰূ উইলবাৰ ৰাইট নামৰ দুজন ভাতৃয়ে কিটিহক নামৰ ঠাইত প্ৰথম বাৰৰ বাবে এখন উৰা যান আকাশত নিয়ন্ত্ৰিত ভাবে উৰাইছিল<ref name="১">FAI News: 100 Years Ago, the Dream of Icarus Became Reality Archived January 13, 2011, at the Wayback Machine posted 17 December 2003. Retrieved: 5 January 2007.</ref><ref name="২">https://airandspace.si.edu/exhibitions/wright-brothers/online/fly/1903/</ref>। এই সফলতাৰ পাছতেই প্ৰথম বিশ্বযুদ্ধত ইয়াৰ অলপ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ প্ৰযুক্তিৰ দ্ৰুত বিকাশ ঘটে। দ্বিতীয় বিশ্বযুদ্ধত ইয়াৰ প্ৰয়োগ ব্যাপক হাৰত হৈছিল।
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/উৰাজাহাজ"ৰ পৰা অনা হৈছে