সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
93 নং শাৰী:
|year=২০০৮}}
 
সুনীল মনোহৰ গাভাস্কাৰ (জন্ম:১০ জুলাই,১৯৪৯) ভাৰতৰ এজন আগাশাৰীৰ ক্ৰিকেটাৰ আছিল ৷ ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয় ৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন ৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল ৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ শচীন তেণ্ডুলকাৰে অতিক্ৰম কৰে ৷ টেষ্ট মেচৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰি গাভাস্কাৰ এক অনন্য কৃতিত্ব গঢ়ি থৈছে ৷ সেইটো সফলতা তেওঁ তিনিবাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন ৷ ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল ৷উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে ৷ <ref>https://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>https://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
 
[[শ্ৰেণী:অৰ্জুন বঁটা বিজয়ী]]