সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

459 বাইট যোগ দিয়া হ’ল ,  3 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
No edit summary
|year=২০০৮}}
 
সুনীল মনোহৰ গাভাস্কাৰ (জন্ম:১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ ৷ ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয় ৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন ৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল ৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ শচীন তেণ্ডুলকাৰে অতিক্ৰম কৰে ৷ টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন আৰু ১৯৮৩বৰ্তমান চনতটেষ্ট বিশ্বকাপবিজয়ীক্ৰিকেটত ভাৰতীয়১০০০০ দলটোৰোৰাণ তেওঁকৰা এজন১৩ সদস্যজন আছিলখেলুৱৈৰ ভিতৰত উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীততেওঁ কৰিছে১২ নম্বৰ <ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref>স্থানত <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>আছে।
১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল ৷ উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে ৷
 
দ্ৰুত বলিঙৰ বিপৰীতত গাভাস্কাৰে ব্যৱহাৰ কৰা কৌশলসমূহৰ বাবে সদায় উচ্চ প্ৰশংসিত হৈ আছে।
<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
 
==তথ্য-সূত্ৰ==
3,288

টা সম্পাদনা