সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
92 নং শাৰী:
|year=২০০৮}}
 
'''সুনীল মনোহৰ গাভাস্কাৰ''' (জন্ম:১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ ৷ক্ৰিকেটাৰ৷ ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয় ৷হয়৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন ৷বেটছমেন৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল ৷ৰচিছিল৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ [[শচীন তেণ্ডুলকাৰ|শচীন তেণ্ডুলকাৰে]] অতিক্ৰম কৰে ৷কৰে৷ টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন আৰু বৰ্তমান টেষ্ট ক্ৰিকেটত ১০০০০ ৰাণ কৰা ১৩ জন খেলুৱৈৰ ভিতৰত তেওঁ ১২ নম্বৰ স্থানত আছে। ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল৷ উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] [[পদ্মশ্ৰী]] আৰু [[পদ্মভূষণ]] সন্মানেৰে সন্মানীত কৰিছে৷
১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল ৷ উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে ৷
 
দ্ৰুত বলিঙৰ বিপৰীতত গাভাস্কাৰে ব্যৱহাৰ কৰা কৌশলসমূহৰ বাবে সদায় উচ্চ প্ৰশংসিত হৈ আছে।
সপ্তম [[ইণ্ডিয়ান প্ৰিমীয়াৰপ্ৰীমিয়াৰ লীগ|ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ]] বাবে [[উচ্চতম ন্যায়ালয়|উচ্চতম ন্যায়ালয়ে]] ২০১৪ চনৰ ২৮ মাৰ্চত বি চি চি আইৰ অস্থায়ী সভাপতি হিচাপে নিয়োগ কৰিছিল। লগতে ক্ৰিকেট ধাৰভাষ্যকাৰ পদৰ পৰাও অব্যহতিৰ বাবে নিৰ্দেশনা জাৰি কৰিছিলকৰিছিল।<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
 
==তথ্য-সূত্ৰ==