ভয়েজাৰ ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
50 নং শাৰী:
}}
 
'''ভয়েজাৰ ১''' হৈছে [[নাছা]]ই [[সৌৰজগত]]ৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান ।মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল ।হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ ।অংশ। "ভয়েজাৰ প্ৰগ্ৰেম" ৰ অধীনৰ প্ৰথমখন মহাকাশযান আছিল ভয়েজাৰ ২, যিখন ভয়েজাৰ ১ উৎক্ষেপণৰ মাত্ৰ ১৬ দিন আগেয়ে উৎক্ষেপণ কৰা হৈছিল ।হৈছিল। ভয়েজাৰ ১ৰ মূল বিশেষত্বটোৱে হৈছে যে এইখন আজিৰ দিনত পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মহাকাশযান ।মহাকাশযান। উৎক্ষেপণৰ দিন ধৰি যোৱা ৪০ বছৰতকৈও অধিক সময় এই মহাকাশযানখন নিৰন্তৰ চলনক্ষম হৈ আছে আৰু পৃথিৱীৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে ।আছে। নাছাৰ 'ডিপ স্পেচ নেটৱৰ্ক'ৰ সহায়ত এতিয়াও ভয়েজাৰ ১ ৰ লগত বিজ্ঞানীসকলে সংযোগ ৰাখিছে ।ৰাখিছে।
 
==তথ্য সূত্ৰ==
"https://as.wikipedia.org/wiki/ভয়েজাৰ_১"ৰ পৰা অনা হৈছে