পাউলিৰ নিষেধ নীতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা Pauli's exclusion principleৰ পৰা পাউলিৰ নিষেধ নীতিলৈ 1Kilobyteয়ে স্থানান্তৰ কৰিলে
2 নং শাৰী:
 
[[পৰমাণু|পৰমাণুৰ]] ইলেক্ট্ৰনৰ ক্ষেত্ৰত এই নীতি এইদৰে ক'ব পাৰি: কোনো এটা পৰমাণুত থকা দুটা ইলেক্ট্ৰনৰ চাৰিওটা [[কোৱাণ্টাম সংখ্যা]] ''n'' ([[মুখ্য কোৱাণ্টাম সংখ্যা]]), ''{{ell}}'' ([[এযিমুথেল কোৱাণ্টাম সংখ্যা]]), ''m<sub>{{ell}}</sub>'' ([[চুম্বকীয় কোৱাণ্টাম সংখ্যা]]) আৰু ''m<sub>s</sub>'' ([[স্পিন কোৱাণ্টাম সংখ্যা]]) কেতিয়াও একে হ'ব নোৱাৰে। ইয়াৰ অৰ্থ এয়ে যে যদি কোনো এটা পৰমাণুত থকা দুটা ইলেক্ট্ৰনৰ বাবে প্ৰথম তিনিটা কোৱাণ্টাম সংখ্যাৰ মান একে হয়, তেন্তে ইলেক্ট্ৰন দুটাৰ বাবে চতুৰ্থ কোৱাণ্টাম সংখ্যাটো নিঃসন্দেহে বেলেগ হ'ব। উদাহৰণস্বৰূপে যদি কোনো এটা পৰমাণুৰ দুটা ইলেক্ট্ৰনৰ বাবে ''n'' = 2, ''{{ell}}'' = 1 আৰু ''m<sub>{{ell}}</sub>'' = -1 হয়, তেন্তে ইলেক্ট্ৰন দুটাৰ এটাৰ বাবে ''m<sub>s</sub>'' = +1/2 আৰু আনটোৰ বাবে ''m<sub>s</sub>'' = -1/2 হ'ব। দুয়োটা ইলেক্ট্ৰনৰ বাবে ''m<sub>s</sub>'' ৰ মান একে হ'ব নোৱাৰে।
 
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞানৰ ধাৰণা]]