পাউলিৰ নিষেধ নীতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
image
1 নং শাৰী:
[[File:Wolfgang Pauli young.jpg|right|180px|thumb|[[ৱুল্ফগাং পাউলি]]]]
'''পাউলিৰ নিষেধ নীতি''' ([[ইংৰাজী]]: Pauli's exclusion principle) [[কোৱাণ্টাম বলবিজ্ঞান|কোৱাণ্টাম বলবিজ্ঞানৰ]] এটা গুৰুত্বপূৰ্ণ নীতি। এই নীতিমতে কোনো এটা কোৱাণ্টাম প্ৰণালীত দুটা বা তাতকৈ অধিক একে [[ফাৰ্মিয়ন]] (অৰ্দ্ধ-অখণ্ড স্পিন বিশিষ্ট কণা) একেটা কোৱাণ্টাম অৱস্থাত যুগপৎভাৱে থাকিব নোৱাৰে। ১৯২৫ চনত অষ্ট্ৰিয়ান পদাৰ্থ বিজ্ঞানী [[ৱুল্ফগাং পাউলি|ৱুল্ফগাং পাউলিয়ে]] [[ইলেকট্ৰন|ইলেক্ট্ৰনৰ]] বাবে আৰু পাছলৈ সকলো [[ফাৰ্মিয়ন|ফাৰ্মিয়নৰ]] বাবে এই নীতি সূত্ৰবদ্ধ কৰিছিল।