উপেন্দ্ৰনাথ গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{ infobox writer | name = উপেন্দ্ৰনাথ গোস্বামী | image = | imagesize = 250px | alt = |...
 
No edit summary
35 নং শাৰী:
 
'''উপেন্দ্রনাথ গােস্বামী''' (১৯২৩-২০০০)
একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা৷ তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese. <ref>কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১</ref>
 
==জন্ম==
Line 40 ⟶ 41:
 
==শিক্ষা==
নলবাৰী গর্ডন হাইস্কুলৰ পৰা ১৯৪২ চনত প্রথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ। একে বছৰতে ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস। তাৰ পাছত ১৯৪৫ চনত কটন কলেজৰপৰা কলা শাখাত প্রথম বিভাগত আই.এ পৰীক্ষাত উত্তীর্ণ আৰু ১৯৪৭ চনত একেখন কলেজৰপৰাই কলা শাখাত স্নাতক ডিগ্রী অর্জন। তাৰ পাছত ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ ভাষা শাখাত দ্বিতীয় শ্রেণীৰ প্রথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্রী অর্জন।<ref>কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১</ref>
 
==কৰ্মজীৱন==