কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
 
No edit summary
5 নং শাৰী:
</ref>১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত ‘কৃত্রিম বুদ্ধিমত্তা’ শব্দটো প্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছিল । ১৯৫৬ চনত কৃত্ৰিম বুদ্ধিমত্তাক পাঠ্যক্ৰমৰ এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত এই নতুন ধাৰণাটোৱে মিশ্ৰিত সমালোচনাৰ সমুখীন হয় ৷ <ref>Optimism of early AI:Herbert Simon quote: Simon 1965, p. 96 quoted in Crevier 1993, p. 109.
Marvin Minsky quote: Minsky 1967, p. 2 quoted in Crevier 1993, p. 109.</ref> ১৯৭৪-১৯৮০ লৈকে এই সময়খিনিক ‘কৃত্রিম বুদ্ধিমত্তাৰ শীতকাল’ বুলি কোৱা হৈছিল, য’ত এই গৱেষণা স্থবিৰ হৈ পৰিছিল । <ref name="ব">{{cite web | url=http://as.vikaspedia.in/education/it-literacy/9959c39a49cd9f09bf9ae-9ac9c19a69cd9a79bf9ae9a49cd9a49be-9869f09c1-9ae9be9a89c19b99f0-9ad9f19bf9b79cd9af9a4#section-1 | title=কৃত্ৰিম বুদ্ধিমত্তা | publisher=বিকাডপেডিয়া | accessdate=17 July 2019 | author=বৰঠাকুৰ,দেৱাঞ্জন}}</ref>
 
==ইতিহাস==
 
চিন্তাশক্তিসম্পন্ন কৃত্ৰিম জীৱ পুৰণি সাধুকথা,কল্প-কাহিনীত দেখিবলৈ পোৱা গৈছিল ৷ মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন অথবা কাৰেল কাপেকৰ আৰ.ইউ.আৰ(R.U.R.=Rossum's Universal Robots)ত এইবোৰৰ আৰ্ৱিভাৱ হৈছিল৷ সেই চৰিত্ৰবোৰৰ কথা আৰু সিহঁতৰ কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে ৷<ref>http://www.pamelamc.com/html/machines_who_think.html</ref>
[[File:Medeia and Talus.png|thumb|right|300px|কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ''টালুচ'' নামৰ এটি পৌৰাণিক স্বয়ংসম্পূৰ্ণ চৰিত্ৰ]]
কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনৰ আমেৰিক যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত ৷গৱেষণাটোৰ প্ৰতিষ্ঠাপক আছিল কাৰ্নেগি মিলন বিশ্ববিদ্যালয়ৰ এলেন নেৱেল আৰু হাৰবাৰ্ট ছিমন,মেচাছুটেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জন মেককাৰ্থি, মাৰ্ভিন মিনস্কি আৰু আইবিএম কোম্পানীৰ আৰ্থাৰ ছেমুৱেল ৷ উল্লেখযোগ্য যে,একেকেইজন মানুহে গৱেষণাটোক নেতৃত্বও দিছিল ৷ <ref>Russell, Stuart J.; Norvig, Peter (2003), Artificial Intelligence: A Modern Approach (2nd ed.), Upper Saddle River, New Jersey: Prentice Hall, ISBN 0-13-790395-2.</ref>
 
 
 
 
==তথ্য-সূত্ৰ==