কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
১৯৭৪ৰ ফালে এইসম্পৰ্কীয় গৱেষণা সামান্যভাৱে স্ববিৰ হৈ পৰিল ৷ ছাৰ জেমছ লাইটহিলৰ সমালোচনাই এই স্থবিৰতাত বিশেষ ভূমিকা ল'লে ৷<ref>Lighthill, James (1973). "Artificial Intelligence: A General Survey". Artificial Intelligence: a paper symposium. Science Research Council.</ref> তদুপৰি আমেৰিকান কংগ্ৰেছেও কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ পৰিৱৰ্তে অইন উৎপাদনশীল প্ৰকল্পতহে ধন খৰচ কৰিবলৈ আগ্ৰহ দেখুৱালে ৷ সেইকাৰণে পৰৱৰ্তী বছৰকেইটাক ''কৃত্ৰিম বুদ্ধিমত্তাৰ শীতল সময়'' বুলি আখ্যা দিয়া হয় ৷ <ref>Crevier, Daniel (1993), AI: The Tumultuous Search for Artificial Intelligence, New York, NY: BasicBooks, ISBN 0-465-02997-3.</ref>
 
১৯৮০ৰ আৰম্ভণিৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱষণাই একগৱেষণাই নতুন মোৰ পালে ৷ বিশেষ ভূমিকা ল'লে কৃত্ৰিম বুদ্ধিমত্তাৰে এক বিশেষধৰণৰ প্ৰগ্ৰাম ''Expert Systems''-ৰ ব্যৱসায়িক সফলতাই ৷ এই প্ৰগ্ৰামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিছিলকৰিব পাৰিছিল ৷ <ref>http://web.archive.org/web/20071012025921/http://www.acm.org/class/1998/I.2.html</ref>
 
[[File:BRL61-IBM 702.jpg|thumb|left|400px|BRL61-IBM 702|IBM 702: কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰথম প্ৰজন্মৰ গৱেষকসকলে ব্যৱহাৰ কৰা কম্পিউটাৰ]]
 
১৯৯০ৰ শেষৰফালে আৰু একবিংশ শতিকাৰ আগছোৱাত কৃত্ৰিম বুদ্ধিমত্তা কিছুমান ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োগ হোৱা দেখিবলৈ পোৱা গ'ল ৷ ডাটা মাইনিং, বস্তু সৰবৰাহ, চিকিৎসাক্ষেত্ৰ আছিল কেইখনমান উল্লেখযোগ্য ক্ষেত্ৰ ৷<ref>Kurzweil, Ray (2005). The Singularity is Near. Penguin Books. ISBN 978-0-670-03384-3.</ref>
 
২০১১ চনত জিঅ'পাৰ্ডি(Jeopardy!) নামৰ আমেৰিকান কুইজ প্ৰতিযোগিতা বিশেষ খণ্ড এটাত আইবিএমৰ উত্তৰ দিব পৰা মেচিন ৱাটচনে পূৰ্বৰ দুজন মহান চেম্পিয়ন ব্ৰেড ৰুটাৰ আৰু কেন জেনিংগছক বিশাল অংকৰ ব্যৱধানত পৰাভুত কৰে ৷ <ref>http://www.nytimes.com/2011/02/17/science/17jeopardy-watson.html</ref> উচ্চক্ষমতাসম্পন্ন কম্পিউটাৰ, এলগৰিথমত হোৱা ব্যাপক সফলতা আৰু বিপুল পৰিমাণৰ তথ্যলাভৰ সুচলতাই মেচিনৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই অগ্ৰগতিত বিশেষ ভূমিকা লৈছিল ৷ <ref>https://www.mckinsey.com/business-functions/mckinsey-analytics/our-insights/ask-the-ai-experts-whats-driving-todays-progress-in-ai
</ref>
[[File:IBM Watson w Jeopardy.jpg|thumb||right|300px|IBM Watson w Jeopardy|জিঅ'পাৰ্ডি খেলত আইবিএমৰ ৱাটছন]]
 
==তথ্য-সূত্ৰ==