কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''কৃত্ৰিম বুদ্ধিমত্তা''' (Artificial Intelligence, সংক্ষিপ্ত প্ৰচলিত ৰূপ '''AI''') হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা ৷বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয় ৷ হয়।<ref name="ক">{{cite web | url=http://www.britannica.com/technology/artificial-intelligence | title=artificial-intelligence | publisher=britannica | accessdate=17 July 2019 | author=Copeland,B.J.}}</ref>কৃত্রিম কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ,য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয় ৷দৈনন্দিনহয়।দৈনন্দিন কামত আমি কৃত্রিমকৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিয়েই আছোঁ ।আছোঁ। আমাৰ ম'বাইলত থকা ভার্চুয়েলভাৰ্চুয়েল ব্যক্তিগত সহকাৰী যেনে-ভয়চ চাৰ্চ,গুগল এছিছটেণ্ট,ফেচ ডিটেকচন আদিবোৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ ৷উদাহৰণ। <ref name="ব">{{cite web | url=http://as.vikaspedia.in/education/it-literacy/9959c39a49cd9f09bf9ae-9ac9c19a69cd9a79bf9ae9a49cd9a49be-9869f09c1-9ae9be9a89c19b99f0-9ad9f19bf9b79cd9af9a4#section-1 | title=কৃত্ৰিম বুদ্ধিমত্তা | publisher=বিকাডপেডিয়া | accessdate=17 July 2019 | author=বৰঠাকুৰ,দেৱাঞ্জন}}</ref> জনপ্ৰিয় ই-কমাৰ্ছ ৱেবছাইট এমাজন আৰু বিশ্বৰ প্ৰসিদ্ধ ভিডিঅ' ষ্ট্ৰিমিং ৱেবছাইট নেটফ্লিক্সতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হয় ৷হয়। <ref>https://www.forbes.com/sites/robertadams/2017/01/10/10-powerful-examples-of-artificial-intelligence-in-use-today/#25c4bd1c420d</ref>
 
কৃত্ৰিম বুদ্ধিমত্তাক তিনিটা বিশেষ প্ৰণালীত সাধাৰণতে ভাগ কৰিব পাৰি ৷পাৰি। বিশ্লেষণাত্মক(analytical), মানৱ-অনুপ্ৰেৰিত( human-inspired), আৰু মানৱকৃত কৃত্ৰিম বুদ্ধিমত্তা(humanized artificial intelligence) |
<ref>Kaplan Andreas; Michael Haenlein (2018) Siri, Siri in my Hand, who's the Fairest in the Land? On the Interpretations, Illustrations and Implications of Artificial Intelligence, Business Horizons, 62(1)
</ref>১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত ‘কৃত্রিম‘কৃত্ৰিম বুদ্ধিমত্তা’ শব্দটো প্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছিল ।হৈছিল। ১৯৫৬ চনত কৃত্ৰিম বুদ্ধিমত্তাক পাঠ্যক্ৰমৰ এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ৷হৈছিল। পৰৱৰ্তী সময়ত এই নতুন ধাৰণাটোৱে মিশ্ৰিত সমালোচনাৰ সমুখীন হয় ৷হয়। <ref>Optimism of early AI:Herbert Simon quote: Simon 1965, p. 96 quoted in Crevier 1993, p. 109.
Marvin Minsky quote: Minsky 1967, p. 2 quoted in Crevier 1993, p. 109.</ref> ১৯৭৪-১৯৮০ লৈকে এই সময়খিনিক ‘কৃত্রিম‘কৃত্ৰিম বুদ্ধিমত্তাৰ শীতকাল’ বুলি কোৱা হৈছিল, য’ত এই গৱেষণা স্থবিৰ হৈ পৰিছিল ।পৰিছিল। <ref name="ব">{{cite web | url=http://as.vikaspedia.in/education/it-literacy/9959c39a49cd9f09bf9ae-9ac9c19a69cd9a79bf9ae9a49cd9a49be-9869f09c1-9ae9be9a89c19b99f0-9ad9f19bf9b79cd9af9a4#section-1 | title=কৃত্ৰিম বুদ্ধিমত্তা | publisher=বিকাডপেডিয়া | accessdate=17 July 2019 | author=বৰঠাকুৰ,দেৱাঞ্জন}}</ref>
 
==ইতিহাস==
 
চিন্তাশক্তিসম্পন্ন কৃত্ৰিম জীৱ পুৰণি সাধুকথা,কল্প-কাহিনীত দেখিবলৈ পোৱা গৈছিল ৷ মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন অথবা কাৰেল কাপেকৰ আৰ.ইউ.আৰ(R.U.R.=Rossum's Universal Robots)ত এইবোৰৰ আৰ্ৱিভাৱ হৈছিল৷ সেই চৰিত্ৰবোৰৰ কথা আৰু সিহঁতৰ কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে ৷<ref>http://www.pamelamc.com/html/machines_who_think.html</ref>
[[File:Medeia and Talus.png|thumb|right|300px|কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ''টালুচ'' নামৰ এটি পৌৰাণিক স্বয়ংসম্পূৰ্ণ চৰিত্ৰ]]
চিন্তাশক্তিসম্পন্ন কৃত্ৰিম জীৱ পুৰণি সাধুকথা,কল্প-কাহিনীত দেখিবলৈ পোৱা গৈছিল ৷গৈছিল। মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন অথবা কাৰেল কাপেকৰ আৰ.ইউ.আৰ (R.U.R.=- Rossum's Universal Robots)ত এইবোৰৰ আৰ্ৱিভাৱআৰ্বিভাৱ হৈছিল৷ সেই চৰিত্ৰবোৰৰ কথা আৰু সিহঁতৰ কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে ৷কৰিছে।<ref>http://www.pamelamc.com/html/machines_who_think.html</ref>
কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনৰ আমেৰিক যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত ৷গৱেষণাটোৰ প্ৰতিষ্ঠাপক আছিল কাৰ্নেগি মিলন বিশ্ববিদ্যালয়ৰ এলেন নেৱেল আৰু হাৰবাৰ্ট ছিমন,মেচাছুটেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জন মেককাৰ্থি, মাৰ্ভিন মিনস্কি আৰু আইবিএম কোম্পানীৰ আৰ্থাৰ ছেমুৱেল ৷ উল্লেখযোগ্য যে,একেকেইজন মানুহে গৱেষণাটোক নেতৃত্বও দিছিল ৷ <ref>Russell, Stuart J.; Norvig, Peter (2003), Artificial Intelligence: A Modern Approach (2nd ed.), Upper Saddle River, New Jersey: Prentice Hall, ISBN 0-13-790395-2.</ref>
 
কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনৰ আমেৰিক যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত ৷গৱেষণাটোৰকলেজত।গৱেষণাটোৰ প্ৰতিষ্ঠাপক আছিল কাৰ্নেগি মিলন বিশ্ববিদ্যালয়ৰ এলেন নেৱেল আৰু হাৰবাৰ্ট ছিমন,মেচাছুটেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জন মেককাৰ্থি, মাৰ্ভিন মিনস্কি আৰু আইবিএম কোম্পানীৰ আৰ্থাৰ ছেমুৱেল ৷ছেমুৱেল। উল্লেখযোগ্য যে,একেকেইজন মানুহে গৱেষণাটোক নেতৃত্বও দিছিল ৷দিছিল। <ref>Russell, Stuart J.; Norvig, Peter (2003), Artificial Intelligence: A Modern Approach (2nd ed.), Upper Saddle River, New Jersey: Prentice Hall, ISBN 0-13-790395-2.</ref>
১৯৭৪ৰ ফালে এইসম্পৰ্কীয় গৱেষণা সামান্যভাৱে স্ববিৰ হৈ পৰিল ৷ ছাৰ জেমছ লাইটহিলৰ সমালোচনাই এই স্থবিৰতাত বিশেষ ভূমিকা ল'লে ৷<ref>Lighthill, James (1973). "Artificial Intelligence: A General Survey". Artificial Intelligence: a paper symposium. Science Research Council.</ref> তদুপৰি আমেৰিকান কংগ্ৰেছেও কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ পৰিৱৰ্তে অইন উৎপাদনশীল প্ৰকল্পতহে ধন খৰচ কৰিবলৈ আগ্ৰহ দেখুৱালে ৷ সেইকাৰণে পৰৱৰ্তী বছৰকেইটাক ''কৃত্ৰিম বুদ্ধিমত্তাৰ শীতল সময়'' বুলি আখ্যা দিয়া হয় ৷ <ref>Crevier, Daniel (1993), AI: The Tumultuous Search for Artificial Intelligence, New York, NY: BasicBooks, ISBN 0-465-02997-3.</ref>
 
১৯৭৪ৰ ফালে এইসম্পৰ্কীয় গৱেষণা সামান্যভাৱে স্ববিৰ হৈ পৰিল ৷পৰিল। ছাৰ জেমছ লাইটহিলৰ সমালোচনাই এই স্থবিৰতাত বিশেষ ভূমিকা ল'লে ৷লে।<ref>Lighthill, James (1973). "Artificial Intelligence: A General Survey". Artificial Intelligence: a paper symposium. Science Research Council.</ref> তদুপৰি আমেৰিকান কংগ্ৰেছেও কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ পৰিৱৰ্তে অইন উৎপাদনশীল প্ৰকল্পতহে ধন খৰচ কৰিবলৈ আগ্ৰহ দেখুৱালে ৷দেখুৱালে। সেইকাৰণে পৰৱৰ্তী বছৰকেইটাক ''কৃত্ৰিম বুদ্ধিমত্তাৰ শীতল সময়'' বুলি আখ্যা দিয়া হয় ৷হয়। <ref>Crevier, Daniel (1993), AI: The Tumultuous Search for Artificial Intelligence, New York, NY: BasicBooks, ISBN 0-465-02997-3.</ref>
১৯৮০ৰ আৰম্ভণিৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাই নতুন মোৰ পালে ৷ বিশেষ ভূমিকা ল'লে কৃত্ৰিম বুদ্ধিমত্তাৰে এক বিশেষধৰণৰ প্ৰগ্ৰাম ''Expert Systems''-ৰ ব্যৱসায়িক সফলতাই ৷ এই প্ৰগ্ৰামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিব পাৰিছিল ৷ <ref>http://web.archive.org/web/20071012025921/http://www.acm.org/class/1998/I.2.html</ref>
 
১৯৮০ৰ আৰম্ভণিৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাই নতুন মোৰ পালে ৷পালে। বিশেষ ভূমিকা ল'লে কৃত্ৰিম বুদ্ধিমত্তাৰে এক বিশেষধৰণৰ প্ৰগ্ৰাম ''Expert Systems''-ৰ ব্যৱসায়িক সফলতাই ৷সফলতাই। এই প্ৰগ্ৰামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিব পাৰিছিল ৷পাৰিছিল। <ref>http://web.archive.org/web/20071012025921/http://www.acm.org/class/1998/I.2.html</ref>
 
[[File:BRL61-IBM 702.jpg|thumb|left|400px|BRL61-IBM 702|IBM 702: কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰথম প্ৰজন্মৰ গৱেষকসকলে ব্যৱহাৰ কৰা কম্পিউটাৰ]]
 
১৯৯০ৰ শেষৰফালে আৰু একবিংশ শতিকাৰ আগছোৱাত কৃত্ৰিম বুদ্ধিমত্তা কিছুমান ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োগ হোৱা দেখিবলৈ পোৱা গ'ল ৷ল। ডাটা মাইনিং, বস্তু সৰবৰাহ, চিকিৎসাক্ষেত্ৰ আছিল কেইখনমান উল্লেখযোগ্য ক্ষেত্ৰ ৷ক্ষেত্ৰ।<ref>Kurzweil, Ray (2005). The Singularity is Near. Penguin Books. ISBN 978-0-670-03384-3.</ref>
 
২০১১ চনত জিঅ'পাৰ্ডি (Jeopardy!) নামৰ আমেৰিকান কুইজ প্ৰতিযোগিতা বিশেষ খণ্ড এটাত আইবিএমৰ উত্তৰ দিব পৰা মেচিন ৱাটচনে পূৰ্বৰ দুজন মহান চেম্পিয়ন ব্ৰেড ৰুটাৰ আৰু কেন জেনিংগছক বিশাল ব্যৱধানত পৰাভুত কৰে ৷কৰে। <ref>http://www.nytimes.com/2011/02/17/science/17jeopardy-watson.html</ref> উচ্চক্ষমতাসম্পন্ন কম্পিউটাৰ, এলগৰিথমত হোৱা ব্যাপক সফলতা আৰু বিপুল পৰিমাণৰ তথ্যলাভৰ সুচলতাই মেচিনৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই অগ্ৰগতিত বিশেষ ভূমিকা লৈছিল ৷লৈছিল। <ref>https://www.mckinsey.com/business-functions/mckinsey-analytics/our-insights/ask-the-ai-experts-whats-driving-todays-progress-in-ai
</ref>
[[File:IBM Watson w Jeopardy.jpg|thumb||upleft|400px|IBM Watson w Jeopardy|জিঅ'পাৰ্ডি খেলত আইবিএমৰ ৱাটছন]]
 
==তথ্য-সূত্ৰ==
{{ৰেফলিষ্ট}}
 
[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:প্ৰযুক্তি]]