১ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
২০০৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী [[কল্পনা চাওলা]]ৰ মৃত্যু হয় ।
 
১৮৮৪ চনৰ আজিৰ দিনটোতে *অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এন্ট) প্ৰকাশিত হয় ।*
 
১৮৫৫ চনৰ আজিৰ দিনটোতে কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত *টেলিগ্ৰাফ যোগাযোগ ব্যবস্থাৰব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন* কৰা হয়।
 
১৯৩০ চনৰ আজিৰ দিনটোতে The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে ।