১ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
 
==ঘটনাৱলী==
#*২০০৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী [[কল্পনা চাওলা]]ৰ মৃত্যু হয়।
#*১৮৮৪ চনৰ আজিৰ দিনটোতে অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এন্ট) প্ৰকাশিত হয়।
#*১৮৫৫ চনৰ আজিৰ দিনটোতে কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।
#*১৯৩০ চনৰ আজিৰ দিনটোতে The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে।
#*১৮৩৫ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক চিকিমৰ ৰজাৰ পৰা Lease ত লয়।
#*১৯৪২ চনৰ আজিৰ দিনটোতে Voice of Americaই আনুষ্ঠানিক ৰেডিঅ' আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভ কৰিছিল।
#*১৮৮৪ চনৰ আজিৰ দিনটোতে ডাক বীমা যোজনা আৰম্ভ কৰা হয়।
#*১৭৮৬ চনৰ আজিৰ দিনটোতে লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে বেংগলৰ গৱৰ্ণৰ জেনেৰেল হয়।
#*1881 Cambridge Missionaries founded St. Stephen's College in Delhi.
#*1855 East India Railways were held for formal inauguration; Howrah station was opened.
#*১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয়।
#*1994 ONGC becomes a Public Limited Company.
#*১৭২৬ চনৰ আজিৰ দিনটোতে হেনৰি লায়লেৰ সভাপতিত্বত কলকাতাযত প্ৰথম ফোৰ্ট উইলিয়াম "মেয়ৰচ্ কোৰ্ট" স্থাপিত হয়।
#*১৮২৭ - কলকাতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।
#*১৮৩১ চনৰ আজিৰ দিনটোতে বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।
#*১৮৬২ চনৰ আজিৰ দিনটোতে বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।
#*১৮৯৭ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে।
#*১৯৭৬ চনৰ আজিৰ দিনটোত নোবেল জয়ী জাৰ্মান বিজ্ঞানী Werner Karl Heisenbergৰ জন্ম হৈছিল। (মৃত্যু ১৯০১ চনৰ ৫ ডিচেম্বৰত) তেওঁ জাৰ্মান তাত্ত্বিক পদাৰ্থবিদ আৰু কোৱান্টম বলবিদ্যাৰ উদ্ভাবক। ১৯২৫ চনত মেক্স বৰ্ন আৰু পাচকুৱাল জৰ্ডানৰ লগত মিলি হাইজেনবেৰ্গ কোৱাণ্টাম বলবিদ্যাৰ মেট্ৰিক্স ভিত্তিক ব্যাখ্যা প্ৰদান কৰিছিল। তেওঁ অনিশ্চয়তা নীতিৰ বাবে বিখ্যাত, যি ১৯২৭ চনত প্ৰকাশ কৰে। কোৱান্টম বলবিদ্যাৰ আবিষ্কাৰক হিচাবে আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হিচাবে হাইড্ৰ'জেনৰ বহুৰূপতা আবিষ্কাৰত অবদান ৰখাৰ বাবে ১৯৩২ চনত তেওঁক পদাৰ্থবিদ্যাত নোবেল পুৰস্কাৰ দিয়া হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ নাৎসি জাৰ্মান পাৰমাণবিক অস্ত্ৰ প্ৰকল্পৰ প্ৰধান বিজ্ঞানী আছিল।
#*1964 Unit Trust of India established.
#*১৯৭১ ক্ৰিকেটৰ অজয় জাডেজাৰ জন্ম।
#*১৯৫৭ বলিউডৰ অভিনেতা জেকী শ্ৰাফৰ জন্ম।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}