কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
•মনৰ তত্ত্ব (Theory of Mind)<br />
•আত্ম-সচেতন কৃত্ৰিম বুদ্ধিমত্তা ৷(Self-Aware AI)<ref>https://www.govtech.com/computing/Understanding-the-Four-Types-of-Artificial-Intelligence.html</ref>
 
প্ৰতিক্ৰিয়াশীল যন্ত্ৰ: কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰাথমিক ৰূপ ৷ ইহঁতৰ কোনো অতীত-স্মৃতি নাথাকে আৰু অতীতৰ কোনো তথ্য ইহঁতে ভৱিষ্যতৰ কাৰণে ব্যৱহাৰ নকৰে ৷
 
সীমিত স্মৃতিৰ যন্ত্ৰ: অতীতৰ স্মৃতি ব্যৱহাৰ কৰিব পৰাকৈ সক্ষম ৷ স্ব-চালিত বাহনত কেতবোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এইটো ধাৰণা ব্যৱহাৰ কৰা হৈছে ৷
 
মনৰ তত্ত্ব: এইধৰণৰ কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ আৱেগ, বিশ্বাস, চিন্তা, প্ৰত্যাশা বুজি পাব বুলি ভবা হৈছে ৷ সামাজিক সম্পৰ্ক ৰক্ষা কৰিব পৰাকৈ ইহঁত সমৰ্থৱান হ'ব ৷ অৱশ্যে এইক্ষেত্ৰত কৰণীয় যথেষ্ট আছে ৷
 
আত্ম-সচেতন কৃত্ৰিম বুদ্ধিমত্তা: যন্ত্ৰ এটাক অতি-বুদ্ধিয়ক, মনোযোগসম্পন্ন, আৰু আত্ম-সচেতন হিচাপে গঢ় দিয়াৰ ধাৰণা ৷ এইটো ধাৰণা বাস্তৱায়িত হ'লেই যন্ত্ৰ এটা সম্পূৰ্ণ মানৱলৈ ৰূপান্তৰিত হ'ব ৷ কিন্তু এইধৰণৰ কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰ এতিয়ালৈকে দৃশ্যমান হোৱ নাই ৷<ref>{{cite web | url=https://medium.com/@chethankumargn/artificial-intelligence-definition-types-examples-technologies-962ea75c7b9b | title=Artificial Intelligence: Definition, Types, Examples, Technologies | date=৩১ আগষ্ট,২০১৮ | accessdate=20 July 2019 | author=Kumar,Chethan}}</ref>
 
==ব্যৱহাৰিক দিশত প্ৰয়োগ==