অসমৰ চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

reflist
88 নং শাৰী:
==মান==
‘[[ৰামধেনু (২০১১ চলচ্চিত্ৰ)|ৰামধেনু]]’ৰ সফলতাত উৎসাহিত হৈ অসমীয়া ছবি নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হৈছে। তৎপৰৱৰ্ত্তী কালৰ কেইখনমান উল্লেখযোগ্য ছবি হৈছে মানস বৰুৱাৰ ‘[[ৰিচাং]]’, এম মনিৰামৰ ‘[[ইউ আৰ নট মাই জুলি]]’, প্ৰদ্যুত কুমাৰ ডেকাৰ ‘[[সমীৰণ বৰুৱা আহি আছে (২০১২ চলচ্চিত্ৰ)|সমীৰণ বৰুৱা আহি আছে]]’, চন্দ্ৰ মুদৈৰ ‘[[বাঁকৰ পুতেক]]’, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘[[বীৰ চিলাৰায়]]’, মানস হাজৰিকাৰ ‘[[আকাশ চুবলে মন]]’, গৌতম বৰুৱাৰ ‘[[ৰ’দ্]]’, ৰাজেশ ভূঞাঁৰ ‘[[মি এণ্ড মাই চিষ্টাৰ]]’, মঞ্জু বৰাৰ ‘[[ৰূপতীৰ্থৰ যাত্ৰী]]’, [[লক্ষ্মীনাথ বেজবৰুৱা]]ৰ বুঢ়ী আইৰ সাধুৰ একে নামৰ এটি সাধুৰ চলচ্চিত্ৰ ৰূপ জুনুমনি খাউণ্ডৰ ‘[[তুলা আৰু তেজা (২০১২ চলচ্চিত্ৰ)|তুলা আৰু তেজা]]', অৰূপ মান্নাৰ '[[অধ্যায়]]', ঋতুৰাজ দত্তৰ '[[ভাল পাব নাজানিলোঁ]]', বিদ্যুত চক্ৰৱৰ্ত্তীৰ '[[দুৱাৰ]]', মৌপ্ৰাণ শৰ্মাৰ '[[দুৰ্জন]]', প্ৰণৱজ্যোতি ভৰালীৰ '[[ৰণাংগন]]', প্ৰদ্যুত কুমাৰ ডেকাৰ '[[সূৰ্যাস্ত]]', সদানন্দ গগৈৰ '[[মনে মোৰ কইনা বিচাৰে]]', পুলক গগৈৰ '[[মমতাজ]]', চিম্পল গগৈৰ '[[তুমি যদি কোৱা]]', প্ৰবীণ বৰাৰ '[[লুইতক ভেটিব কোনে]]' ,ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্চ' আদি ৷
 
==তথ্য সংগ্ৰহ==
{{Reflist|2}}
 
==লগতে চাওক==