অতি পৰিবাহিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

647 বাইট যোগ দিয়া হ’ল ,  3 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
((edited with ProveIt))
 
No edit summary
'''অতি পৰিবাহিতা'''(Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে ৷ বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায় ৷ <ref name="বিপুল">{{cite news | title=ভাৰতীয় বিজ্ঞানীৰ অতি পৰিবাহিতাৰ গৱেষণা | work=দৈনিক অসম | date=২০ জুলাই, ২০১৯ | agency=দৈনিক অসম | accessdate=22 July 2019 | author=শইকীয়া, বিপুলজ্যোতি | pages=১৪}}</ref> তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ তলত শীতল কৰিব লাগিব ৷ এই বিশেষ প্ৰপঞ্চটো আৱিষ্কৃত হৈছিল ১৯১১ চনৰ ৮ এপ্ৰিলত,নেডাৰলেণ্ডৰ লেইডেনত ৷ আৱিষ্কাৰ কৰিছিল পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে (Heike Kamerlingh) ৷ <ref>http://books.google.co.in/books?id=ad8_JsfCdKQC&printsec=frontcover&redir_esc=y&hl=en#v=onepage&q&f=false</ref> <ref>http://books.google.co.in/books?id=VdEVdJo3CDgC&pg=PA238&redir_esc=y#v=onepage&q&f=false
</ref>
[[File:Meissner effect p1390048.jpg|thumb|upright|300px|জুলীয়া নাইট্ৰ'জেনৰে শীতলীকৰণ কৰাৰ পাছত, এডাল চুম্বকক উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ ওপৰত ওপঙি উঠা দেখা গৈছে ৷ অতিপৰিবাহীৰ পৃষ্ঠত চালিত হোৱা অপৰিৱৰ্তনীয় বৈদ্যুতিক প্ৰৱাহে চুম্বকৰ চুম্বকীয় শক্তি বিচ্যুত কৰিছে ৷]]
 
==তথ্যসূত্ৰ==
5,688

টা সম্পাদনা