বিশ্বকৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Infobox deity<!--Wikipedia:WikiProject Hindu mythology-->
| type = Hindu
| image = {{multiple imageVishwakarmaji.png
| width = 120
| image1=Vishwakarmaji.png
| image2=Biswakarma.jpg
| footer =
}}
| caption = বিশ্বকৰ্মা ভাৰত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন<ref>{{Cite news|url=https://www.anandabazar.com/calcutta/bengal-celebrates-vishwakarma-puja-in-different-style-1.675950|title=বাংলায় ঢুকেই ভোলবদল বিশ্বকর্মার|last=চট্টোপাধ্যায়|first=কুন্তক|work=anandabazar.com|access-date=2018-09-19|language=en}}</ref>
| name = বিশ্বকৰ্মা
Line 24 ⟶ 19:
বিশ্বকৰ্মা লংকা নগৰীৰ নিৰ্মাতা। তেওঁ বিশ্বভুৱন নিৰ্মাণ কৰিছে। [[বিষ্ণু]]ৰ সুদৰ্শন চক্ৰ, [[শিৱ]]ৰ ত্ৰিশূল, [[কুৱেৰ]]ৰ অস্ত্ৰ, [[ইন্দ্ৰ]]ৰ বজ্ৰ, [[কাৰ্তিক]]ৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ [[জগন্নাথ]]ৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছে বুলি প্ৰবাদ আছে।
[[File:Bishowkarma Statue.jpg|thumb| বিশ্বকৰ্মাৰ ভাস্কৰ্য]]
 
==বিশ্বকৰ্মা পূজা==
বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী [[ভাৰত]]ৰ [[কৰ্ণাটক]], [[অসম]], [[পশ্চিম বংগ]], [[বিহাৰ]], [[ঝাৰখণ্ড]], উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।<ref name="kanya">{{cite web | access-date=22 July 2019 | url=https://aajtak.intoday.in/story/dharma-vishwakarma-pooja-time-and-date-significance-birth-story-tdha-1-951545.html | title=विश्वकर्मा पूजा: जानें महत्व और जन्म की कहानी | publisher=Aajtak | date=17 September 2017 | accessdate=22 July 2019}}</ref><ref name="Sankranti">{{cite web | access-date=22 July 2019 | url=https://www.hindutsav.com/vishwakarma-puja/ | title=All About Lord Vishwakarma and Vishwakarma Puja | publisher=Hind Utsav | accessdate=22 July 2019}}</ref> এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।