মহাদেৱী বৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
26 নং শাৰী:
 
=== জন্ম আৰু পৰিয়াল ===
১৯০৭ চনৰ ২৬ মাৰ্চমাৰ্চত তাৰিখে [[উত্তৰ প্ৰদেশ]]ৰপ্ৰদেশৰ ফৰুখাবাদ নামে ফৰুখাবাদতঠাইত মহাদেৱী বৰ্মাৰ জন্ম হৈছিল। মহাদেৱী বৰ্মাৰতেওঁলোকৰ বংশতপৰিয়ালত প্ৰায় ২০০ বছৰ বাপিছত সাতপ্ৰথমবাৰৰ পীড়িৰ পাছতহে প্ৰথমবাৰবাবে পুত্ৰীৰ জন্ম হৈছিলহৈছিল। যাৰসেইকাৰণে বাবেতেওঁলোকৰ তেঁওকঘৰৰ মানুহে মহাদেৱী বৰ্মাক ঘৰৰ দেৱী - মহাদেৱী হিচাপে আদৰিগণ্য লৈকৰিছিল তেঁওৰআৰু নামসেইকাৰণেই মহাদেৱীতেওঁৰ ৰাখিছিল।নামো তেখেতৰমহাদেৱী পিতৃৰৰখা নামহয়। আছিলতেওঁৰ শ্ৰীপিতৃ গোবিন্দ প্ৰসাদ বৰ্মা ভাগলপুৰৰ এখন মহাবিদ্যালয়ত প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মাতৃৰতেওঁৰ নামমাতৃ হেমৰানী দেৱী আছিল হেমৰাণীএগৰাকী ধৰ্ম পৰায়ণ, কৰ্মনিষ্ঠ, ভাবুক তথা নিৰামিষভোজী তিৰোতা। দেৱী।
 
=== শিক্ষা ===
ইন্দোৰৰ মিছন স্কুলত মহাদেৱী বৰ্মাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। সমান্তৰালকৈ সংস্কৃত, ইংৰাজী, সংগীত তথা চিত্ৰকলাৰ শিক্ষা তেওঁক ঘৰতেই অধ্যাপকৰ দ্বাৰা দিয়া হৈছিল। ইয়াৰ মাজতেই বিবাহপাশত আবদ্ধ হ'বলগীয়া হোৱাত কিছুদিনৰ বাবে তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছিল। অৱশ্যে বিবাহৰ পাছত তেওঁ পুনৰ শিক্ষা গ্ৰহণ কৰিবলৈ মন মেলিছিল। ১৯১৯ চনত তেওঁ এলাহাবাদৰ ক্ৰস্থৱেট ছোৱালী বিদ্যালয়ত নামভৰ্তি কৰে আৰু বিদ্যালয়ৰ ছাত্ৰীৱাসত থাকিয়েই শিক্ষা গ্ৰহণ কৰিবলৈ ধৰে। ১৯২১ চনত তেওঁ অষ্টম শ্ৰেণীৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়। ইয়াৰ পৰাই তেওঁ নিজৰ কাব্য জীৱনৰ পাতনি মেলিছিল। তেওঁ সাত বছৰ বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু ১৯২৭ চনত যেতিয়া তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তেতিয়ালৈকে তেওঁ এগৰাকী প্ৰসিদ্ধ কবি হিচাপে খ্যাতি লাভ কৰিছিল। বিভিন্ন কাকত-আলোচনীত তেওঁৰ কবিতা প্ৰকাশ হৈছিল। কলেজত পঢ়ি থকা কালছোৱাত সুভদ্ৰা কুমাৰী চৌহানৰ সৈতে তেওঁৰ ঘনিষ্ঠ বন্ধুত্ব গঢ় লৈ উঠিছিল।
মহাদেৱী বৰ্মাই প্ৰাৰম্ভিক শিক্ষা [[ইন্দোৰ]]ৰ মিশ্বন স্কুলত আৰম্ভ কৰিছিল। তাৰোপৰি [[সংস্কৃত]], [[ইংৰাজী]], [[সংগীত]] তথা [[চিত্ৰকলা]]ৰ শিক্ষা ঘৰতেই অধ্যাপকৰ দ্বাৰা দিয়া হৈছিল। বিবাহৰ বাবে মহাদেৱী বৰ্মাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছিল।
 
=== বৈবাহিক জীৱন ===
 
 
=== কাৰ্যক্ষেত্ৰ ===