ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''স্বত্বাধিকাৰ আইন ১৯৫৭''' {{en|The Copyright Act 1957}} হৈছে ভাৰতৰ স্বত্বৰ অধিকাৰ ৰক্ষাৰ বাবে ১৯৫৭ চনত প্ৰণয়ন কৰা এক বিধয়েক।বিধেয়ক।<ref>http://copyright.gov.in/</ref> এই আইনখন ১৯৫৮ চনৰ ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।<ref name="indiantelevision.com">http://www.indiantelevision.com/old-html/indianbrodcast/legalreso/Introforcopy.htm</ref>স্বত্বাধিকাৰ (সংশোধনী) আইন ২০১২ নামেৰে ২০১২ চনত এই আইনৰ অন্তিম সংশোধন কৰা হৈছিল।<ref>https://wipolex.wipo.int/en/legislation/details/13230 ([[WIPO Lex]])</ref>
 
ভাৰতীয় স্বত্বাধিকাৰ অধিনিয়ম ১৯৫৭ৰ উদ্দেশ্য বানিজ্যিকৰণক উৎসাহ প্ৰদান কৰা নহয়, বৰঞ্চ লেখক, পাঠক আৰু প্ৰকাশক তথা উপভোক্তা সকলোৰে হিতাৰ্থে নিৰ্মান কৰা হৈছিল। কম্পিউটাৰ, ইণ্টাৰনেট আদি কাৰিকৰী সাধনৰ এই যুগত লেখক আৰু প্ৰকাশকৰ অধিকাৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে স্বত্বাধিকাৰ সংশোধন পত্ৰ ২০১০ প্ৰণয়ন কৰাৰ সিদ্ধান্ত লয়।