মহাদেৱী বৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
25 নং শাৰী:
 
=== জন্ম আৰু পৰিয়াল ===
১৯০৭ চনৰ ২৬ মাৰ্চত উত্তৰ প্ৰদেশৰ ফৰুখাবাদ নামে ঠাইত মহাদেৱী বৰ্মাৰ জন্ম হৈছিল।<ref name="ৰাজকুমাৰ">{{harvnb|সিংহ|২০০৭|pp=৩৮-৪০}} তেওঁলোকৰ পৰিয়ালত প্ৰায় ২০০ বছৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰীৰ জন্ম হৈছিল। সেইকাৰণে তেওঁলোকৰ ঘৰৰ মানুহে মহাদেৱী বৰ্মাক ঘৰৰ দেৱী — মহাদেৱী হিচাপে গণ্য কৰিছিল আৰু সেইকাৰণেই তেওঁৰ নামো মহাদেৱী ৰখা হয়। তেওঁৰ পিতৃ গোবিন্দ প্ৰসাদ বৰ্মা ভাগলপুৰৰ এখন মহাবিদ্যালয়ত প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ মাতৃ হেমৰানী দেৱী আছিল এগৰাকী ধৰ্ম পৰায়ণ, কৰ্মনিষ্ঠ, ভাবুক তথা নিৰামিষভোজী তিৰোতা। <ref name="ৰাজকুমাৰ"/>
 
===শিক্ষা===
66 নং শাৰী:
 
== বঁটা আৰু সন্মান ==
* ১৯৫৬: [[পদ্মভূষণ]]<ref name=PadmaAwards>{{cite web|url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |title=Padma Awards |publisher=Ministry of Home Affairs, Government of India |date=2015 |accessdate=July 21, 2015 |deadurl=yes |archiveurl=https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |archivedate=15 November 2014 |df=dmy}}</ref>
*১৯৭৯: [[সাহিত্য অকাডেমি|সাহিত্য অকাডেমি ফেল'শ্বিপ]] <ref>{{cite web|url=http://sahitya-akademi.gov.in/sahitya-akademi/fellows/sahitya_akademi_fellowship.jsp|title=SAHITYA AKADEMI FELLOWSHIP|website=Sahitya Akademi|access-date=19 February 2018}}</ref>
*১৯৮২: [[জ্ঞানপীঠ বঁটা]] , "যম" কবিতা সংকলনৰ বাবে<ref>{{cite web|url=http://www.jnanpith.net/page/jnanpith-laureates|title=Gyanpeeth LAUREATES|access-date=19 February 2018|website=Bharatiya Jnanpith}}</ref>
* ১৯৮৮: [[পদ্মবিভূষণ]]<ref name=PadmaAwards/><ref>Rubin, David. ''The Return of Sarasvati: Four Hindi Poets''. Oxford University Press, 1993, p. 153.</ref>
 
== মহাদেৱী বৰ্মাৰ যোগদান ==