মহাদেৱী বৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ref (edited with ProveIt)
20 নং শাৰী:
}}
 
'''মহাদেৱী বৰ্মা''' (২৬ মাৰ্চ, ১৯০৭-১১ ছেপ্তেম্বৰ, ১৯৮৭) [[হিন্দী সাহিত্য|হিন্দী সাহিত্যৰ]] এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ [[ছায়াবাদী যুগ|ছায়াবাদী যুগৰ]] "চাৰিটা মুখ্য স্তম্ভৰ"{{Ref_label|স্তম্ভ|ক|none}} ভিতৰত মহাদেৱী বৰ্মা অন্যতম।<ref name="বৰ্মা">{{harvnbcite book | title=হিন্দী সাহিত্য কোষ, প্ৰথম আৰু দ্বিতীয় ভাগ | publisher=জ্ঞানমণ্ডল লিমিটেড | author=বৰ্মা, ধীৰেন্দ্ৰ | year=১৯৮৫ | location=বাৰাণসী, ভাৰত | Edition=তৃতীয় |pp Language=৩৮-৪০হিন্দী}}</ref> তেওঁক ''আধুনিক মীৰা'' বুলিও জনা যায়।<ref name="literaryindia">{{cite web | url=http://literaryindia.com/Literature/Indian-Authors/mahadevi-verma.html | title=Mahadevi Verma: Modern Meera | publisher=literaryindia.com | accessdate=26 July 2019}}</ref> এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।{{Ref_label|কবি নিৰালাৰ কবিতাৰ শাৰী|খ|none}}
 
== জীৱনী ==
 
=== জন্ম আৰু পৰিয়াল ===
১৯০৭ চনৰ ২৬ মাৰ্চত উত্তৰ প্ৰদেশৰ ফৰুখাবাদ নামে ঠাইত মহাদেৱী বৰ্মাৰ জন্ম হৈছিল।<ref name="ৰাজকুমাৰ">{{harvnbcite book | title=বিচাৰ বিমৰ্শ — মহাদেৱী বৰ্মা: জন্ম, শৈশৱস্থা এবং বাল্যৱস্থা | publisher=সাগৰ প্ৰকাশন | author=সিংহ, ৰাজকুমাৰ | year=২০০৭ | location=মথুৰা |pp Language=৩৮-৪০হিন্দী}}</ref> তেওঁলোকৰ পৰিয়ালত প্ৰায় ২০০ বছৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰীৰ জন্ম হৈছিল। সেইকাৰণে তেওঁলোকৰ ঘৰৰ মানুহে মহাদেৱী বৰ্মাক ঘৰৰ দেৱী — মহাদেৱী হিচাপে গণ্য কৰিছিল আৰু সেইকাৰণেই তেওঁৰ নামো মহাদেৱী ৰখা হয়। তেওঁৰ পিতৃ গোবিন্দ প্ৰসাদ বৰ্মা ভাগলপুৰৰ এখন মহাবিদ্যালয়ত প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ মাতৃ হেমৰানী দেৱী আছিল এগৰাকী ধৰ্ম পৰায়ণ, কৰ্মনিষ্ঠ, ভাবুক তথা নিৰামিষভোজী তিৰোতা।<ref name="ৰাজকুমাৰ"/>
 
===শিক্ষা===
81 নং শাৰী:
==তথ্য সংগ্ৰহ==
{{reflist|2}}
=== গ্ৰন্থসূচী ===
<div style=font-size:90%;>
{{col-begin}}
{{col-2}}
* {{Citation
| last = বৰ্মা
| first = ধীৰেন্দ্ৰ
| year = ১৯৮৫
| edition = তৃতীয়
| title = হিন্দী সাহিত্য কোষ, প্ৰথম আৰু দ্বিতীয় ভাগ
| publisher = জ্ঞানমণ্ডল লিমিটেড
| place = বাৰাণসী, ভাৰত
| isbn = <!--needed-->
| language = হিন্দী
}}।
<!--* {{Citation
| last = সিংহ
| first = নামৱৰ
| year = ২০০৪
| title = ছায়াবাদ
| publisher = ৰাজকমল প্ৰকাশন
| place = নতুন দিল্লী, ভাৰত
| isbn = 8126707356
| language = হিন্দী
}} <!--।
* {{Citation
| last = शोमर
| first = करीन
| year = 1998
| title = Mahadevi Verma and the Chhayavad Age of Modern Hindi Poetry
| publisher = ऑक्सफ़र्ड यूनिवर्सिटी प्रेस
| place = संयुक्त राज्य अमेरिका
| isbn = 978-0195644500
}}।
* {{Citation
| last = वाजपायी
| first = अशोक
| year = 2004
| title = आधुनिक कवि
| publisher = हिंदी साहित्य सम्मेलन
| place = प्रयाग
| isbn = HB-13704
}}। -->
{{col-2}}
* {{Citation
| last = সিংহ
| first = ডা ৰাজকুমাৰ
| year = ২০০৭
| title = বিচাৰ বিমৰ্শ — মহাদেৱী বৰ্মা: জন্ম, শৈশৱস্থা এবং বাল্যৱস্থা
| publisher = সাগৰ প্ৰকাশন
| place = মথুৰা
| isbn = <!--needed-->
| language = হিন্দী
}}<!--।
* {{Citation
| last = पांडेय
| first = गंगाप्रसाद
| year = 1970
| title = महीयसी महादेवी
| publisher = लोकभारती प्रकाशन
| place = इलाहाबाद, भारत
| isbn = <!--needed-->
<!-- }}।
* {{Citation
| last = वर्मा
| first = महादेवी
| year = 1997
| title = अतीत के चलचित्र
| publisher = राधाकृष्ण प्रकाशन
| place = नई दिल्ली, भारत
| isbn = 81-7119-099-5
}}।
* {{Citation
| last = पांडेय
| first = गंगाप्रसाद
| year = 1968
| title = महाप्राण निराला
| publisher = लोकभारती प्रकाशन
| place = इलाहाबाद, भारत
| isbn = <!--needed-->
<!-- }}। -->
{{col-end}}
</div>
 
== বাহ্যিক সংযোগ ==
*[http://www.kavitakosh.org/kk/index.php?title=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80_%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE 'কবিতাকোষ'ত মহাদেৱী বৰ্মা] (হিন্দী)