৩ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎জন্ম: Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
'''৩ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২১৫ তম ([[অধিবৰ্ষ]]ত ২১৬ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৫০ টা দিন বাকী থাকে। |3|08|215}} আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
6 নং শাৰী:
 
==মৃত্যু==
# ১৯৫৯ চনৰ আজিৰ দিনটোতে কবি-দাৰ্শনিক [[ভবানন্দ দত্ত]]ৰ মৃত্যু হয় ।হয়।
# ১৯৮০ চনৰ আজিৰ দিনটোতে শিল্পী [[কমল নাৰায়ণ চৌধুৰী]]ৰ মৃত্যু হয় ৷হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।
 
==অনান্য==
# ১৩৪৭ চনৰ আজিৰ দিনটোতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
# ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয় ৷হয়।
# ১৮৮৫ চনৰ আজিৰ দিনটোতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰথম অধিৱেশন আৰম্ভ হয় ।হয়।
# ১৯১৪ চনৰ আজিৰ দিনটোত [[প্ৰথম মহাসমৰ]]ত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে ।কৰে।
# ১৯৬০ চনৰ আজিৰ দিনটোতে [[নাইজাৰ|নাইজাৰে]] স্বাধীনতা লাভ কৰে ।কৰে।
# আজিৰ দিনটোতে [[এংগোলো]], [[মোজাম্বিক]] আৰু [[গিনি বিচাৱ|গিনি বিচাৱে]] স্বাধীনতা লাভ কৰে।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে [[নৰ্মদা বচাও আন্দোলন]]ত সাহিত্যিক [[অৰুন্ধতী ৰয়|অৰুন্ধতী ৰয়ে]] অংশগ্ৰহণ কৰে।
# ২০০৪ চনৰ আজিৰ দিনটোত বানপানীৰ সংহাৰী ৰূপত [[অসম]]ৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয় ।হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৩_আগষ্ট"ৰ পৰা অনা হৈছে