৩ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
# ১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
# ১৮৮৫ চনৰ আজিৰ তাৰিখতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰথম অধিৱেশন আৰম্ভ হয়।
# ১৯১৪ চনৰ আজিৰ দিনটোততাৰিখতে [[প্ৰথম মহাসমৰ]]ত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
# ১৯৬০ চনৰ আজিৰ তাৰিখতে [[নাইজাৰ|নাইজাৰে]] স্বাধীনতা লাভ কৰে।
# আজিৰ তাৰিখতে [[এংগোলো]], [[মোজাম্বিক]] আৰু [[গিনি বিচাৱ|গিনি বিচাৱে]] স্বাধীনতা লাভ কৰে।
# ১৯৯৯ চনৰ আজিৰ তাৰিখতে [[নৰ্মদা বচাও আন্দোলন]]ত সাহিত্যিক [[অৰুন্ধতী ৰয়|অৰুন্ধতী ৰয়ে]] অংশগ্ৰহণ কৰে।
# ২০০৪ চনৰ আজিৰ দিনটোততাৰিখতে বানপানীৰ সংহাৰী ৰূপত [[অসম]]ৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৩_আগষ্ট"ৰ পৰা অনা হৈছে