৮ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''৮ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২২০ তম ([[অধিবৰ্ষ]]ত ২২১ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৪৫ টা দিন বাকী থাকে। |8|08|220}} এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৯৪২ চনৰ এই তাৰিখতে অসমৰ এগৰাকী সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ [[শ্বেৰ চৌধুৰী]]ৰ জন্ম হৈছিল ৷হৈছিল।
 
==মৃত্যু ==
# ২০০৬ বৰ্ষৰ এই দিনটোতে অসমীয়া সাহিত্য জগতৰ ‘‘মহাৰথী’’ [[সাহিত্য অকাডেমি বঁটা|সাহিত্য অকাডেমি]] বিজেতা [[চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া]]ই ইহলীলা সম্বৰণ কৰিছিল ৷কৰিছিল।
 
==অনান্য==
# ১৯৪২ চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ‘[[ভাৰত ত্যাগ’ আন্দেলন]] আৰম্ভ কৰা হৈছিল৷
# ১৯৮৫ বৰ্ষৰ এই দিনটোতে ট্ৰম্বেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণাকেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ‘ধ্ৰুৱ’ কাৰ্যক্ষম কৰা হৈছিল ৷হৈছিল।
# ১৯৫৫ চনৰ এই দিনটোতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হয় ।হয়। এই সন্মিলনত প্ৰায় ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
# ১৮১৫ চনৰ এই দিনটোত [[ৱাৰ্টালু যুদ্ধ]]ত পৰাজিত আৰু বন্দী [[নেপোলিয়ন বোনাৰ্পাট]]ক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল ।হৈছিল।
# ১৯৭৭ চনৰ এই দিনটোতে অনিৰ্দিষ্ট কাললৈ ভাৰত চৰকাৰৰ অসামৰিক সন্মান [[ভাৰতৰত্ন]] আৰু [[পদ্ম সন্মান]] প্ৰদান বন্ধ কৰা হৈছিল ।হৈছিল।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৮_আগষ্ট"ৰ পৰা অনা হৈছে