৮ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
 
==অনান্য==
# ১৯৪২ চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা [[ভাৰত ত্যাগ’ত্যাগ আন্দেলনআন্দোলন]] আৰম্ভ কৰা হৈছিল৷
# ১৯৮৫ বৰ্ষৰ এই দিনটোতে ট্ৰম্বেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণাকেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ‘ধ্ৰুৱ’ কাৰ্যক্ষম কৰা হৈছিল।
# ১৯৫৫ চনৰ এই দিনটোতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হয়। এই সন্মিলনত প্ৰায় ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
"https://as.wikipedia.org/wiki/৮_আগষ্ট"ৰ পৰা অনা হৈছে