পশ্চিম কাৰ্বি আংলং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
22 নং শাৰী:
| Website =
}}
'''পশ্চিম কাৰ্বি আংলং জিলা''' অসমৰ ৩৫৩৩ খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা। [[ কাৰ্বি আংলং জিলা]]ৰ পশ্চিম অংশৰে ২০১৬ চনত এই জিলা আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়।<ref>[http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1216/state054 "West Karbi Anglong district inaugurated"], ''[[The Assam Tribune]]'', February 11, 2016</ref> জিলাখন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এটা অংশ। ইয়াৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ ষষ্ঠ অনুসুচী মতে চলোৱা হয়।
==ভাষা==
[[কাৰ্বি ভাষা]] এই অঞ্চলৰ মুখ্য ভাষা। ইয়াৰ লগতে ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষা এই অঞ্চলত প্ৰচলিত। এই জিলাত কাৰ্বি জনগোষ্ঠীৰ লগতে তিৱা, লালুং, গাৰো, বড়ো ইত্যাদি জনগোষ্ঠীয়ে বসবাস কৰে।