পালেং শাক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
== ব্যৱহাৰ ==
পালেং এবিধ সুস্বাদু তথা পুষ্টিকৰ শাক। সাধাৰণতে শীতকালত ইয়াৰ শাক ভাজি অথবা জুল কৰি খোৱা হয়। পালেং শাকৰ জুল বা চুপ বেছ জনপ্ৰিয় । অসমত ঘাইকৈ মাছ আৰু টেঙাৰে পালেং শাক খোৱা হয়। [[ৰৌ মাছ]] আৰু পালেং শাক অসমৰ অন্যতম জনপ্ৰিয় ব্যঞ্জন । সেইদৰে উত্তৰ ভাৰতীয় পালেং-পনীৰ(पालक पनिर) পৃথিৱী বিখ্যাত।
[[File:palakpaneer.jpg|200px|right|পালক পনীৰ]]
 
== চিত্ৰমালা ==
"https://as.wikipedia.org/wiki/পালেং_শাক"ৰ পৰা অনা হৈছে