লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

768 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
"Ladakh" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
1 নং শাৰী:
 
{{Infobox settlement|name=Ladakh|official_name=|native_name=<!-- Please do not add any Indic script in this infobox, per WP:INDICSCRIPT policy. -->|native_name_lang=|other_name=|settlement_type=[[Divisions of India|Administrative Division]] (current)<br>[[States and union territories of India|Union territory]] (proposed)|image_skyline=|image_alt=|image_caption=|image_flag=|image_seal=|seal_alt=|nickname=|image_map=India-LADAKH.svg|map_alt=|map_caption=Ladakh within India|image_map1=Ladakh locator map.svg|map_caption1=Ladakh in pink shown within the wider [[Kashmir region]]|pushpin_map=|pushpin_label_position=|pushpin_map_alt=|pushpin_map_caption=|subdivision_type=Country|subdivision_name={{IND}}|subdivision_type1=[[States and territories of India|State]]|subdivision_type2=|subdivision_name1=|subdivision_name2=|established_title=[[Divisions of India|Division]]|established_date=8 February 2019|established_title1=[[Unionকেন্দ্ৰীয় Territory]]শাসিত অঞ্চল|established_date1=''TBA''|seat_type=Capital and largest city|seat=[[Leh]]|parts_type=[[List of Indian districts|Districts]]|parts_style=para|p1=2|founder=|named_for=|government_type=|governing_body=|leader_title=[[List of lieutenant governors of Ladakh|Lieutenant Governor]]|leader_name=''TBA''|leader_title1=[[Divisional Commissioner]]|leader_name1=Saugat Biswas|leader_title2=[[Ladakh (Lok Sabha constituency)|MP]]|leader_name2=[[Jamyang Tsering Namgyal]] ([[Bharatiya Janata Party|BJP]])|leader_title3=[[High Courts of India|High Court]]|leader_name3=[[Jammu and Kashmir High Court]]|unit_pref=Metric|area_footnotes=<ref>{{cite web|url=http://mha.nic.in/uniquepage.asp?Id_Pk=306 |title=MHA.nic.in |publisher=MHA.nic.in |accessdate=21 June 2012 |deadurl=yes |archiveurl=https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306 |archivedate=8 December 2008 }}</ref>{{efn|Thisআক্সাই excludesচিন [[Aksaiইয়াৰ Chin]]অন্তৰ্ভুক্ত নহয় (37,555&nbsp;km<sup>2</sup>), under Chinese administration.}}|area_rank=|area_total_km2=59196|elevation_footnotes=|elevation_m=|population_total=274289|population_as_of=2011|population_rank=|population_density_km2=auto|population_demonym=[[Ladakhi people|Ladakhi]]|population_footnotes=|demographics_type1=Languagesভাষাসমূহ|demographics1_title1=Officialআনুষ্ঠানিক|demographics1_info1=[[Ladakhi language|Ladakhi]], [[Purki]], [[Shina]], [[Standard Tibetan|Tibetan]], [[Balti language|Balti]], [[Urdu]], [[Hindi]]|timezone1=[[Indian Standard Time|IST]]|utc_offset1=+5:30|postal_code_type=<!-- [[Postal Index Number|PIN]] -->|postal_code=[[Leh]]: 194101; [[Kargil]]: 194103|registration_plate=[[Leh]]: JK10; [[Kargil]]: JK07|blank1_name_sec1=Mainমুখ্য citiesচহৰ|blank1_info_sec1=[[Leh]]লেহ, [[Kargil]]কৰ্গিল|blank3_name_sec1=[[Infant mortality rate]]|blank3_info_sec1=19%<!--
--><ref>{{cite journal
|last = Wiley
11 নং শাৰী:
|pages=457–80
}}</ref> (1981)|website=http://jkladakhaffairs.nic.in/|footnotes=}}
লাদাখ উত্তৰ-ভাৰতৰ[[ভাৰত]]ৰ এক অংশ। লাদাখ এলেকা [[কাৰাকোৰাম]] ৰেঞ্জৰ চিয়াচেনৰপৰা[[চিয়াচেন]]ৰপৰা দক্ষিণত হিমালয়লৈকে।[[হিমালয়]]লৈকে। লাদাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।<ref>{{Cite book}}</ref><ref>{{Cite web}}</ref> লাদাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাদাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।
 
ঐতিহাসিকভাৱে লাদাখে বালতিষ্টান[[বালতিস্তান]] (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ পাকিস্তানত[[পাকিস্তান]]ত আছে), উজনি [[সিন্ধু নদী|সিন্ধু উপত্যকা]], জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন [কুন-লুন সামৰি], উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাদাখৰ সীমাত পূব দিশে [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে চীনৰ[[চীন]]ৰ [[চিঞ্জিয়াং]] আছে।
 
== ৰাজনৈতিক দখল ==
আক্সাই চিন ভাৰত আৰ চীনৰ মাজত বিবাদিত অঞ্চল।<ref>{{Cite news}}</ref> এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক [[জম্মু আৰু কাশ্মীৰ|জম্মু-কাশ্মীৰৰকাশ্মীৰ]]ৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত [[আক্সাই চিন]] আৰু [[অৰুণাচল প্ৰদেশকপ্ৰদেশ]]ক লৈ যুদ্ধোযুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে। <ref name="GlobalSecurity">{{Cite web}}</ref>
 
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাদাখেৰে পাৰ হোৱাৰ বাবে লাদাখৰ এক বিশেষ মহত্ব আছিল এই ক্ষেত্ৰত।ক্ষেত্ৰৰ।<ref name="TransHimalayan">{{Cite book|last=Rizvi|first=Janet|year=2001|title=Trans-Himalayan Caravans&nbsp;– Merchant Princes and Peasant Traders in Ladakh|publisher=[[Oxford India Paperbacks]]}}</ref> কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু [[মধ্য এছিয়াৰএছিয়া]]ৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।
 
== জনসংখ্যা আৰু অন্যান্য তথ্য ==
লাদাখৰ বৃহত্তম চহৰ [[লেহ]] আৰু তাৰ পাছতেই আছে কাৰ্গিল।[[কাৰ্গিল]]।<ref>Osada et al. (2000), p. 298.</ref> লাদাখৰ ৩৯।৭৩৯.৭% মানুহ তিব্বতী [[বৌদ্ধ ধৰ্ম|বৌদ্ধ ধৰ্মাৱলম্বী]], ১২।১১২.১% [[হিন্দু ধৰ্ম|হিন্দু]] আৰু ৪৬।৪৪৬.৪% লোক [[মুছলিম|মুছলমান]] (মূলতঃ শ্বিয়া)<ref>{{Cite web|url=https://www.indiatoday.in/india/story/government-toys-with-delimitation-commission-in-j-k-1542446-2019-06-04|title=Government planning to redraw Jammu and Kashmir assembly constituency borders: Sources|first1=Kamaljit Kaur|last1=S|first2=hu New|last2=DelhiJune 4|first3=2019UPDATED:|last3=June 4|first4=2019 20:00|last4=Ist}}</ref> অন্যান্য উপস্থিত ধৰ্মৰ ভিতৰত [[শিখ ধৰ্ম|শিখ]] অন্যতম।<ref name="Crossroads">{{Cite book|last1=Rizvi|first1=Janet|title=Ladakh&nbsp;— Crossroads of High Asia}}</ref>
 
== কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা ==
লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰপৰা লাদাখক জম্মু-কাশ্মীৰৰপৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাদাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাদাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল।<ref name="Statesman">{{Cite web|last=|first=|authorlink=|year=2003|url=http://www.jammu-kashmir.com/archives/archives2003/kashmir20030809c.html|title=Kargil Council For Greater Ladakh|publisher=The Statesman, 9 August 2003|accessdate=22 August 2006}}</ref><ref name="LoramCharlie">{{Cite book|last=Loram|first=Charlie|year=2004|title=Trekking in Ladakh|publisher=Trailblazer Publications}}</ref> ফেব্ৰুৱাৰী ২০১৯ চনত লাদাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯ত [[ভাৰতীয় সংসদৰসংসদ]]ৰ দুয়ো সদনে গৃহিত কৰা এক বিল অনুযায়ী লাদাখ জম্মু-কাশ্মীৰৰপৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব।<ref name="auto">{{Cite web|url=https://www.businesstoday.in/current/economy-politics/jammu-and-kashmir-crisis-live-updates-governor-reviews-security-situation-in-state/story/370856.html|title=Article 370 revoked Updates: Jammu & Kashmir is now a Union Territory, Lok Sabha passes bifurcation bill}}</ref>
 
== তথ্য সংগ্ৰহ ==
<references />
2,275

টা সম্পাদনা