লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
ref fix
11 নং শাৰী:
|pages=457–80
}}</ref> (1981)|website=http://jkladakhaffairs.nic.in/|footnotes=}}
লাদাখ উত্তৰ-[[ভাৰত]]ৰ এক অংশ। লাদাখ এলেকা [[কাৰাকোৰাম]] ৰেঞ্জৰ [[চিয়াচেন]]ৰপৰা দক্ষিণত [[হিমালয়]]লৈকে। লাদাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।<ref>{{Citecite book |title = Ladakh: The Land and the People |last = Jina |first = Prem Singh |year = 1996 |publisher = Indus Publishing |isbn = 978-81-7387-057-6 }}</ref><ref>{{Citecite web |url = http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm |title = In Depth-the future of Kashmir |publisher=[[BBC News]] |accessdate = 16 April 2013}}</ref> লাদাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাদাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।
 
ঐতিহাসিকভাৱে লাদাখে [[বালতিস্তান]] (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ [[পাকিস্তান]]ত আছে), উজনি [[সিন্ধু নদী|সিন্ধু উপত্যকা]], জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন [কুন-লুন সামৰি], উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাদাখৰ সীমাত পূব দিশে [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে [[চীন]]ৰ [[চিঞ্জিয়াং]] আছে।
26 নং শাৰী:
লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰপৰা লাদাখক জম্মু-কাশ্মীৰৰপৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাদাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাদাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল।<ref name="Statesman">{{Cite web|last=|first=|authorlink=|year=2003|url=http://www.jammu-kashmir.com/archives/archives2003/kashmir20030809c.html|title=Kargil Council For Greater Ladakh|publisher=The Statesman, 9 August 2003|accessdate=22 August 2006}}</ref><ref name="LoramCharlie">{{Cite book|last=Loram|first=Charlie|year=2004|title=Trekking in Ladakh|publisher=Trailblazer Publications}}</ref> ফেব্ৰুৱাৰী ২০১৯ চনত লাদাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯ত [[ভাৰতীয় সংসদ]]ৰ দুয়ো সদনে গৃহিত কৰা এক বিল অনুযায়ী লাদাখ জম্মু-কাশ্মীৰৰপৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব।<ref name="auto">{{Cite web|url=https://www.businesstoday.in/current/economy-politics/jammu-and-kashmir-crisis-live-updates-governor-reviews-security-situation-in-state/story/370856.html|title=Article 370 revoked Updates: Jammu & Kashmir is now a Union Territory, Lok Sabha passes bifurcation bill}}</ref>
 
== তথ্য  সংগ্ৰহ ==
{{Reflist|2}}
<references />
"https://as.wikipedia.org/wiki/লাডাখ"ৰ পৰা অনা হৈছে