বিক্ৰম সাৰাভাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
বিক্ৰম সাৰাভাই ভাৰতৰ বিখ্যাত সাৰাভাই পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ অম্বালাল সাৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা এজন বিখ্যাত উদ্যোগপতি আছিল। তেওঁ ১৯৪২ চনত শাস্ত্ৰীয় নৃত্য বিশাৰদ [[মৃণালিনী সাৰাভাই]]ৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন সন্তানৰ ভিতৰত জীয়ৰী [[মল্লিকা সাৰাভাই]] এগৰাকী প্ৰতিষ্ঠিত নায়িকানৃত্যশিল্পী তথা অভিনেত্ৰী আৰু আৰু পুত্ৰ [[কাৰ্তিকেয় সাৰাভাই]] এজন বিজ্ঞানী।<ref name=famouspeople>{{cite web|title=Famous people, Vikram Sarabhai|url=http://www.thefamouspeople.com/profiles/vikram-sarabhai-5293.php#mEwgWkBQ6yRGZHkx.99|publisher=thefamouspeople|accessdate=22 July 2015}}</ref> তেওঁ জৈন ধৰ্মৰ অনুগামী। তেওঁ আহমেদাবাদৰ শ্ৰীমল জৈন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।<ref>{{cite web|title=Jains steal the show with 7 Padmas|url=http://timesofindia.indiatimes.com/india/Jains-steal-the-show-with-7-Padmas/articleshow/46856659.cms|website=The times of India|accessdate=9 December 2015|publisher=[[Times of India]]|date=April 9, 2015|quote=The Jain community has always nurtured exceptional talent whether it is eminent scientist Vikram Sarabhai, who is considered the father of the country's space programme, or poet, thinker and spiritual leader Banarsidas who composed the magnum opus Ardhakathanaka, the first ever autobiography in Hindi literature.}}</ref>
 
==কৰ্মজীৱন==