এ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
+-
1 নং শাৰী:
{{অসমীয়া বৰ্ণমালা}}
'''এ''' [[অসমীয়া লিপি]]ৰ [[স্বৰবৰ্ণ]]ৰ অষ্টম [[আখৰ]]। যি ধ্বনি [[মুখ]]ৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।<ref>xobdo.org search result of স্বৰবৰ্ণ</ref> 'এ'ও এটি স্বৰধ্বনি, সেয়েহে '' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। [[ব্ৰেইল্]]ত 'এ'-ক এনেদৰে {{Braille cell|15|type=image|size=15px}} লিখা যায়।<ref name="unesco3">[http://www.pharmabraille.com/LiteratureRetrieve.aspx?ID=122064 World Braille Usage], UNESCO, 2013</ref>
 
==ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে==
"https://as.wikipedia.org/wiki/এ"ৰ পৰা অনা হৈছে