১৭ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
'''১৭ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২২৯ তম ([[অধিবৰ্ষ]]ত ২৩০ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৩৬ টা দিন বাকী থাকে। |17|8|229}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৭৬১ চনৰ আজিৰ দিনটোতে ইংৰাজ ধৰ্মযাজক [[উইলিয়াম কেৰী]]ৰ জন্ম হয় ।হয়।
# ১৯৩২ চনৰ আজিৰ দিনটোতে নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক [[ভি. এচ্. নাইপল]]ৰ জন্ম হয় ।হয়।
# ১৯৪২ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ [[খগেন মহন্ত]]ৰ জন্ম হৈছিল ৷হৈছিল।
# ১৯৬০ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু [[সাহিত্য অকাডেমি বঁটা]] বিজয়ী লেখিকা (‘‘[[মাকাম]]’’ৰ স্ৰষ্টা) ড° [[ৰীতা চৌধুৰী]]ৰ জন্ম হৈছিল ।হৈছিল।
 
==মৃত্যু==
# ১৯৬৯ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী [[অটষ্টাৰ্ন]]ৰ মৃত্যু হৈছিল
# ১৯৮৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাষ্ট্ৰপতি [[জিয়াউল হক]]ৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়।
 
14 নং শাৰী:
# ১৯৪৭ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
# ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
# [[তুৰস্ক]]ত হোৱা এক প্ৰচণ্ড [[ভূমিকম্প]]ৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয় ।হয়। সেই দিনটো আছিল ১৯৯৯ চনৰ ১৭ আগষ্ট ৷আগষ্ট।
 
==দিৱস ==
# আজি [[ইন্দোনেছিয়া]]ৰ স্বাধীনতা দিৱস ৷দিৱস।
# আজি গেবন]]ৰ স্বাধীনতা দিৱস, ১৯৬০ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
 
"https://as.wikipedia.org/wiki/১৭_আগষ্ট"ৰ পৰা অনা হৈছে