আহোম ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা আহোম ধৰ্মৰ পৰা ফ্ৰা-লুং ধৰ্মলৈ সম্পাদক খিলঞ্জীয়ায়ে স্থানান্তৰ কৰিলে: আহোমৰ ধৰ্মটো আনুষ্ঠানিক নাম ফ্ৰা-লুং বা ফুৰা-লুং ধৰ্ম হয়।
No edit summary
1 নং শাৰী:
{{Infobox Religious group|name='''তাঈ-আহোম ধৰ্ম'''|group='''তাঈ-আহোম ধৰ্ম'''|regions=[[অসম]] আৰু [[অৰুণাচল]]|scriptures=[[লিট্ লাই পেঞ কা কা]]|languages=[[আহোম ভাষা]]|notes=[[আহোম]] সকলৰ পৰম্পৰাগত তাঈ জনগোষ্ঠীয় ধৰ্ম}}
'''আহোমফ্ৰালুং ধৰ্ম''', ('''বানফিফুৰালুং ফুৰালুঙ ধৰ্ম''' বুলি উচ্চাৰণ কৰা হয়) বা '''তাঈ-আহোমবানফি ধৰ্ম''' -- [[আহোম]] সকলৰ পৰম্পৰাগত তাঈ জনগোষ্ঠীয় পূৰ্বপুৰুষ উপাসনা কৰা ধৰ্ম। আহোম সকলে ১২২৮ ত [[চাওলুং চুকাফা]]ৰ লগত অসমলৈ আহোতে লগত তিনি শ্ৰেণীৰ পন্দিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলত পূৰ্বপুৰুষ উপাসনা ভিক্তিত। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্বন বিস্বাস এই দুইটা বস্তু অইন তাঈ সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্ম সাধাৰণতে মূৰ্তিপূজা দেখা নাজায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল [[আহোম]] চাও-ফা সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই [[চীন]]ৰ টিয়েন নামৰ অংশত অৱস্হিত অৱশ্যে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো [[আহোম]] ৰাজ্যৰ ৰাজধৰ্ম আছিল। তেওলোকৰ তিনিপুৰোহিত শ্ৰেণী হল- ম'চাম,ম'হুং,ম'প্লং।
{{Under construction|reason=অনুবাদ}}
==সংক্ষিপ্ত বিবৰণ==
"https://as.wikipedia.org/wiki/আহোম_ধৰ্ম"ৰ পৰা অনা হৈছে