চুখাংফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{আহোম ৰাজবংশ}}
{{পোখালি}}
'''চাওলুং চু-খাং-ফা''' [[আহোম ৰাজ্য|মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ]] চতুৰ্থজন [[চাওফা]] আছিল। তেখেত [[চুবিণ্‌ফা|চাওলুং চুবিণ্‌ফাৰ]] বৰ পুতেক আছিল। তেখেত ১২৯৩ চনত ৰাজপাটত বহে।
 
স্বৰ্গদেউ চুবিনফাৰ বৰপুত্ৰ চুখাংফা ১২৯৩ চনত ৰাজপাটত বহে।
 
চুখাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে যুদ্ধ পৰাজিত হৈ সন্ধি প্ৰস্তাব দি নিজ কন্যা ৰাজনীক স্বৰ্গদেউলৈ বিয়া দিয়ে।
"https://as.wikipedia.org/wiki/চুখাংফা"ৰ পৰা অনা হৈছে